• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তেওঁৰ কিতাপৰ ত্ৰুটি আঙুলিয়াই দিয়া অৰুণাচলৰ ছাত্ৰীক মোদীৰ ধন্যবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 30, 2019 1:33 pm
shillong

নৰেন্দ্ৰ মোদীৰ ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৰেন্দ্ৰ মোদীৰ ‘Exam Warriors’ নামৰ পুথিখনৰ সন্দৰ্ভত পৰামৰ্শ আগবঢ়াই প্ৰধানমন্ত্ৰী গৰাকীৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে অৰুণাচল প্ৰদেশৰ এগৰাকী ছাত্ৰী।

কালি অৰ্থাৎ দেওবাৰে ‘মন কি বাত’ অনুষ্ঠানত নৰেন্দ্ৰ মোদীয়ে অৰুণাচলৰ ৰয়িঙৰ ছাত্ৰী এলীনা টায়েঙৰ কথা উল্লেখ কৰি কয় ছাত্ৰীগৰাকীয়ে দুবাৰকৈ কিতাপখন পঢ়িছে আৰু মোদীক কিতাপখনৰ নতুন সংস্কৰণত অভিভাৱক আৰু শিক্ষকসকলৰ বাবে ‘মন্ত্ৰ’ অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনাইছে।

Apply Now

প্ৰধনামন্ত্ৰী গৰাকীলৈ লিখা পত্ৰত ছাত্ৰীগৰাকীয়ে কয় যে তেওঁ কিতাপখন ‘দুবাৰতকৈ বেছি’ পঢ়িছে আৰু পঢ়ি যথেষ্ট ভাল পাইছে।

উল্লেখযোগ্য যে নৰেন্দ্ৰ মোদীৰ ‘Exam Warriors’ কিতাপখন হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৰচনা কৰা এখন অনুপ্ৰেৰণামূলক হাতপুথি।

ইয়াত ছাত্ৰ-ছাত্ৰীসকলে কিদৰে পৰীক্ষাৰ চাপৰ পৰা নিজকে মুক্ত কৰি ৰাখিব পাৰে তাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে।

ছাত্ৰী গৰাকীৰ মতে কিতাপখনত অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবেও কিছু পৰামৰ্শ থাকিব লাগে আৰু মোদীয়ে যদি এটা সংস্কৰণ লিখাৰ কথা ভাবিছে তেন্তে তাত সেইসমূহ অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনায়।

মোদীয়ে কয়, ‘দুবাৰতকৈ অধিক Exam Warriors পঢ়াৰ বাবে তোমাক ধন্যবাদ আৰু কিতাপখনত থকা ভূল-ত্ৰুটি আঙুলিয়াই দিয়াৰ বাবে বিশেষভাৱে ধন্যবাদ’।

‘তুমি মোক কোৱাৰ দৰে, এটা নতুন সংস্কৰণ লিখাৰ বাবে মই যেতিয়া সময় পাম মই নিশ্চয় অভিভাৱক আৰু শিক্ষকসকলৰ বাবে কিবা লিখিবলৈ চেষ্টা কৰিম’ মোদীয়ে কয়।

আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ পত্ৰখনৰ কথা পৰা ‘মন কি বাত’ অনুষ্ঠানত উল্লেখ কৰাত উৎফুল্লিত হৈ পৰে এলীনা টায়েং। প্ৰধানমন্ত্ৰী গৰাকীৰ পৰা এইদৰে প্ৰশংসা পাব বুলি ভবা নাছিল বুলি উল্লেখ কৰি তেওঁ মোদীক ধন্যবাদ জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd