DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

১৭ বছৰৰ অপেক্ষাৰ অন্ত; ২৫ ডিচেম্বৰত মুকলি হ’ব বহু প্ৰত্যাশিত বগীবিল দলং

এন ই নাও নিউজ by এন ই নাও নিউজ
December 5, 2018 5:58 pm
bogibeel bridge
448
VIEWS
Share on FacebookShare on Twitter

অৱশেষত বহু প্ৰত্যাশিত বগীবিল দলং উদ্বোধনৰ দিন ধাৰ্য কৰা হ’ল। অহা ২৫ ডিচেম্বৰত অৰ্থাৎ খ্ৰিষ্টমাচৰ দিনটোতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে দলংখন মুকলি কৰিব।

আজি ভাৰতীয় ৰে’লৱেৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এই কথা নিশ্চিত কৰে।

উল্লেখযোগ্য যে ১৯৯৭ চনতে দেশৰ তদানীন্তন প্ৰধান মন্ত্ৰী এইছ ডি দেৱেগৌড়ায়ে বগীবিল দলঙৰ আধাৰশিলা স্থাপন কৰিছিল যদিও ইয়াৰ ৫ বছৰৰ পিছত অৰ্থাৎ ২০০২ চনতহে ভূতপূৰ্ব প্ৰয়াত প্ৰধান মন্ত্ৰী অটলবিহাৰী বাজপায়ীয়ে দলংখনৰ নিৰ্মাণকাৰ্য আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

ইয়াৰ পিছতো দলংখন সম্পুৰ্ণ হৈ উঠাৰ মুখ দেখিবলৈ ৰাজ্যবাসীয়ে ১৭ বছৰ অপেক্ষা কৰিবলগীয়া হ’ল।

যোৱা ২২ অক্টোবৰত ভাৰতৰ ভিতৰতেই দীৰ্ঘতম ৰেলপথ-স্থলপথ দলঙৰ ওপৰেদি পৰীক্ষামূলকভাৱে প্ৰথমখন পূৰ্ণাংগ ৰেল চলোৱা হৈছিল। ইয়াৰ পিছত যোৱা ২ আৰু ৩ ডিচেম্বৰত দলংখনৰ ওপৰৰে দুখনকৈ মালবাহী ট্ৰেইনৰ পৰীক্ষামূলক চলাচল কৰোৱা হৈছিল।

লগতে পঢ়ক নিউ তিনিচুকীয়াৰ পৰা বগীবিল দলঙৰ ওপৰেৰে পশ্চিম বংগৰ ফৰক্কালৈ মালভৰ্তি ট্ৰেইন।

৫৫০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা ৪.৯৪ কিঃমিঃ দৈৰ্ঘ্যৰ এই বৃহৎ দলখনে ডিব্ৰুগড় আৰু ধেমাজি জিলা দুখনক সংযোগ কৰিব।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd