• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

আজি নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ এছএআই ইন্দিৰা গান্ধী ক্ৰীড়া কমপ্লেক্সত উদ্বোধন কৰিব প্ৰথম বড়োলেণ্ড মহোৎসৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 15, 2024 3:55 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ নৱেম্বৰৰ সন্ধিয়া প্ৰায় ৬:৩০ বজাত নতুন দিল্লীৰ এছএআই ইন্দিৰা গান্ধী ক্ৰীড়া কমপ্লেক্সত প্ৰথম বড়োলেণ্ড মহোৎসৱ উদ্বোধন কৰিব। তেওঁ অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰিব।

১৫ আৰু ১৬ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। শান্তি বৰ্তাই ৰখাৰ লগতে এখন প্ৰাণৱন্ত বড়ো সমাজ গঢ়ি তোলাৰ উদ্দেশ্যে ভাষা, সাহিত্য আৰু সংস্কৃতিৰ এয়া এক বৃহৎ অনুষ্ঠান।

Apply Now

ইয়াৰ লক্ষ্য হৈছে বড়োলেণ্ডৰ উপৰি অসম, পশ্চিমবংগ, নেপাল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলত বাস কৰা থলুৱা বড়ো লোকসকলক একত্ৰিত কৰা।

মহোৎসৱৰ বিষয়বস্তু হৈছে বড়ো সম্প্ৰদায়ৰ লগতে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (বিটিআৰ)ৰ অন্যান্য সম্প্ৰদায়ৰ সমৃদ্ধ সংস্কৃতি, ভাষা আৰু শিক্ষা সন্দৰ্ভত বিশেষ গুৰুত্বসহ ‘সমৃদ্ধ ভাৰতৰ বাবে শান্তি আৰু সম্প্ৰীতি’। ইয়াৰ লক্ষ্য হৈছে পাৰিপাৰ্শ্বিক জীৱ বৈচিত্ৰ্য, বড়োলেণ্ডৰ পৰ্যটনৰ সম্ভাৱনা আৰু সাংস্কৃতিক আৰু ভাষিক ঐতিহ্যৰ ঐশ্বৰ্যক শক্তিশালী কৰা।

২০২০ চনত বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পাছৰে পৰা শান্তিৰ এক উল্লেখযোগ্য যাত্ৰা হিচাপে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। এই শান্তি চুক্তিয়ে বড়োলেণ্ডত কেইবাদশক ধৰি চলা সংঘৰ্ষ, হিংসা আৰু প্ৰাণহানিৰ সমাধান কৰাৰ লগতে অন্যান্য দিশত শান্তিপূৰ্ণ নিষ্পত্তিৰ ক্ষেত্ৰতো অনুঘটক হিচাপে কাম কৰিছে।

“ভাৰতীয় ঐতিহ্য আৰু পৰম্পৰাৰ প্ৰতি অৱদান আগবঢ়োৱা সমৃদ্ধ বড়ো সংস্কৃতি, পৰম্পৰা তথা সাহিত্য” সন্দৰ্ভত বিশেষ বৈঠক মহোৎসৱৰ মুখ্য আকৰ্ষণ হিচাপে পৰিগণিত হোৱাৰ লগতে ইয়াত বিভিন্ন সমৃদ্ধ বড়ো সংস্কৃতি, পৰম্পৰা, ভাষা তথা সাহিত্য সন্দৰ্ভত আলোচনা কৰা হ’ব।

“ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ জৰিয়তে নিৰ্দেশনাৰ মাধ্যম হিচাপে মাতৃভাষাৰ প্ৰত্যাহ্বান আৰু সুযোগ” সন্দৰ্ভত আন এখন বৈঠকো অনুষ্ঠিত হ’ব। বড়োলেণ্ড অঞ্চলৰ পৰ্যটন আৰু সংস্কৃতিৰ প্ৰচাৰৰ উদ্দেশ্যে “সংস্কৃতি আৰু পৰ্যটনৰ জৰিয়তে ‘প্ৰাণৱন্ত বড়োলেণ্ড’ নিৰ্মাণ সন্দৰ্ভত আলোচনা তথা থলুৱা সাংস্কৃতিক বৈঠক”ৰো আয়োজন কৰা হ’ব।

এই সমাৱেশত অন্যান্যসকলৰ লগতে বড়োলেণ্ড অঞ্চল, অসম, পশ্চিমবংগ, ত্ৰিপুৰা, নাগালেণ্ড, মেঘালয়, অৰুণাচল প্ৰদেশ তথা ভাৰতৰ অন্যান্য প্ৰান্তৰ উপৰি চুবুৰীয়া ৰাজ্য নেপাল আৰু ভূটানৰ পৰা পাঁচ হাজাৰৰো অধিক সাংস্কৃতিক, ভাষিক আৰু কলাৰ ক্ষেত্ৰত আগ্ৰহী লোকে অংশগ্ৰহণ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd