• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মোদীক হিন্দু সম্ৰাট ৰূপে প্ৰক্ষেপ কৰি ২৪ৰ বৈতৰণী পাৰ কৰিব খুজিছে বিজেপিয়ে! আভিযোগ শশী থাৰুৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 29, 2023 2:50 pm
Ram Mandir Shashi Tharoor
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাষ চাপিছে ২৪ৰ লোকসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে অহা ২২ জানুৱাৰীত উত্তৰ প্ৰদেশৰ অযোধ্যাত উদ্বোধন হ’ব ৰাম মন্দিৰ। ইয়াৰ বাবে যুদ্ধগতিত নামি পৰিছে শাসকীয় বিজেপি। এই লৈ কিছু ৰাজনৈতিক বিবাদৰো সূচনা হৈছে।

সমান্তৰালকৈ অহা বছৰৰ ফেব্ৰুৱাৰী মাহত সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাজধানী আবুধাবিত হিন্দু মন্দিৰ উদ্বোধন কৰিবলৈ সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তাৰ পূৰ্বে ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ উদ্বোধন কৰিব মোদীয়ে।

Apply Now

২৪ৰ নিৰ্বাচনত বিজেপিয়ে ৰাম মন্দিৰক নিৰ্বাচনী হাথিয়াৰ ৰূপে ব্যৱহাৰ কৰিব বুলি চৰ্চা চলিছে। নিশ্চিতভাৱে ইয়াৰ পূৰ্ণ সম্ভাৱনাই আছে। তাৰ মাজতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শশী থাৰুৰে এই বিষয়ত এক বিশেষ মন্তব্য কৰিছে।

থাৰুৰৰ দাবী, ২০২৪ৰ নিৰ্বাচনত বিজেপিয়ে নৰেন্দ্ৰ মোদীক দেশবাসীৰ আগত হিন্দু হৃদয় সম্ৰাট হিচাপে প্ৰক্ষেপ কৰিব। অযোধ্যাত ৰাম মন্দিৰ আৰু আবুধাবিত হিন্দু মন্দিৰ উদ্বোধনৰ পিছত অতি সোনকালে নিৰ্বাচন আহ্বান কৰা হ’ব বুলি সম্ভাৱনা প্ৰকাশ কৰে থাৰুৰে।

শশী থাৰুৰে লগতে অভিযোগ কৰে যে ২৪ৰ লোকসভা নিৰ্বাচন হিন্দুত্ব বনাম জনকল্যাণ হিচাপে গঢ় লৈ উঠিছে। তেওঁৰ ভাষাত ২০০৯ চনত মোদীক অৰ্থনৈতিক বিকাশৰ অৱতাৰ হিচাপে দেশৰ ভোটাৰসকলৰ ওচৰত বিক্ৰী কৰা হৈছিল আৰু ভাৰতীয়ৰ উন্নয়ন আনিব বুলি কোৱা হৈছিল।

কিন্তু বিপজ্জনক বিমুদ্ৰাকৰণৰ পৰিপ্ৰেক্ষিতত সেই আখ্যান ভংগ হোৱাত ২০১৯ৰ নিৰ্বাচনত পুলৱামা আক্ৰমণে মোদীক ৰাষ্ট্ৰীয় সুৰক্ষাৰ নিৰ্বাচনলৈ ৰূপান্তৰ কৰাৰ সুযোগ দিছিল বুলি থাৰুৰে লগতে দাবী কৰে।

গতিকে এইবাৰ বিজেপিয়ে মোদীক হিন্দু হৃদয় সম্ৰাট হিচাপে প্ৰক্ষেপ কৰিব বুলি দাবী কৰে থাৰুৰে। এই বিষয়বোৰে কিছুমান প্ৰশ্ন সমুখলৈ আনে বুলি উল্লেখ কৰে থাৰুৰে।

থাৰুৰৰ প্ৰশ্ন, “আচ্ছে দিনৰ কি হ’ল? বছৰত ২ কোটি চাকৰিৰ কি হ’ল? অৰ্থনৈতিক বিকাশৰ কি হ’ল যি আৰ্থ-সামাজিক স্তৰৰ নিম্ন স্তৰবোৰক লাভান্বিত কৰিব? প্ৰতিজন ভাৰতীয়ৰ পকেট আৰু বেংক একাউণ্টত নিষ্পত্তিযোগ্য উপাৰ্জন ৰখাৰ প্ৰতিশ্ৰুতি কি হ’ল?”

আগন্তুক লোকসভা নিৰ্বাচনত এই প্ৰশ্নসমূহৰ ওপৰত বিতৰ্ক হ’ব লাগিব আৰু নিৰ্বাচনক হিন্দুত্ব বনাম জনকল্যাণ হিচাপে গঢ়ি তুলিব বুলি জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm
প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

September 24, 2026 4:43 pm
বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

September 24, 2026 3:35 pm
গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

September 24, 2026 3:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm
প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

September 24, 2026 4:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd