• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিফল পি এম ইন্টাৰশ্বিপ আঁচনি: আধাতে এৰিলে ৪১% প্ৰাৰ্থীয়ে

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 5, 2025 12:51 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিফল হ’ল নৰেন্দ্ৰ মোদী চৰকাৰৰ উচ্চাকাংক্ষী প্ৰধানমন্ত্ৰী ইন্টাৰশ্বিপ আঁচনি (PMIS)। আঁচনিখনৰ প্ৰাৰম্ভিক পৰ্যায়ৰ এবছৰ উকলি যোৱাৰ পিছতো ইয়াৰ গ্ৰহণযোগ্যতাৰ হাৰ অত্যন্ত কম আৰু এই আঁচনি ত্যাগ কৰাৰ হাৰ উদ্বেগজনক হৈ পৰিছে। সংসদৰ শীতকালীন অধিৱেশনত কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ে দাখিল কৰা প্ৰতিবেদনত এই তথ্যত প্ৰকাশ পাইছে। অহা পাঁচ বছৰত এক কোটি যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়াৰ লক্ষ্যৰে আৰম্ভ কৰা এই আঁচনিখনৰ অধীনত দুয়োটা পৰ্যায়তে ১.৬ লাখতকৈ অধিক অফাৰ দিয়া হৈছিল যদিও মাত্ৰ ১৬,০০০ প্ৰাৰ্থীয়েহে প্ৰকৃততে ইন্টাৰশ্বিপত যোগদান কৰে।

কৰ্পৰেট পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হৰ্ষ মলহোত্ৰাই তৃণমূল কংগ্ৰেছৰ সাংসদৰ এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য দাখিল কৰে।

Apply Now

মূল তথ্যসমূহ এনেধৰণৰ:

প্ৰথম পৰ্যায়ত: ৬০,০০০তকৈ অধিক প্ৰাৰ্থীক বাচনি কৰিছিল, যাৰ ভিতৰত ৮,৭০০ জনে যোগদান কৰে।

দ্বিতীয় পৰ্যায়ত: ৭১,০০০ প্ৰাৰ্থীক বাচনি কৰিছিল, যাৰ ভিতৰত ৭,৩০০ জনে যোগদান কৰে।

মুঠ যোগদান: দুয়োটা পৰ্যায় মিলাই মুঠ ১৬,০০০ প্ৰাৰ্থীয়েহে ইন্টাৰশ্বিপত যোগদান কৰে।

উল্লেখযোগ্য যে, ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে আঁচনিখনৰ বাবে ১০,৮৩১ কোটি টকাৰ আবণ্টন থকাৰ পিছতো কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ে ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰলৈকে মাত্ৰ ৭৩.৭২ কোটি টকাহে ব্যয় কৰিছে, যিটো আবণ্টিত বাজেটৰ এক অতি সামান্য অংশ।

মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ৫ৰ পৰা ১০ কিলোমিটাৰতকৈ অধিক যাত্ৰা কৰিবলৈ প্ৰাৰ্থীৰ অনিচ্ছা, সাধাৰণ দক্ষতা-প্ৰশিক্ষণ কাৰ্যসূচীতকৈ অধিক দীঘলীয়া, অৰ্থাৎ বছৰজোৰা কাৰ্যকাল আৰু প্ৰস্তাৱিত ভূমিকাসমূহৰ প্ৰতি আগ্ৰহৰ অভাৱৰ বাবে এই কাৰ্যসূচী ত্যাগ কৰাৰ মূল কাৰণ বুলি উল্লেখ কৰিছে।

উল্লেখ যোগ্য যে আবেদনকাৰীৰ সংখ্যাৰ ক্ষেত্ৰত অন্ধ্ৰ প্ৰদেশে (৫১,২২৫) শীৰ্ষস্থানত আছে, ইয়াৰ পিছতে আছে উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশ। অৱশ্যে, প্ৰকৃত নিযুক্তিৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশে (১,৯১৩) আটাইতকৈ বেছি নামভৰ্তিৰে শীৰ্ষস্থান দখল কৰিছে, তাৰ পিছতে আছে অসম (১,৮০৬) আৰু মধ্যপ্ৰদেশ (১,২৪৭)।

অনুসূচিত জাতি (SC) আৰু অনুসূচিত জনজাতি (ST) প্ৰাৰ্থীৰ ক্ষেত্ৰতো প্ৰকৃত যোগদানৰ হাৰ হ্ৰাস পোৱা দেখা গৈছে। যদিও অংশীদাৰ কোম্পানীসমূহে এই শ্ৰেণীৰ প্ৰাৰ্থীসকলক মুঠ ৩০,০০১টা অফাৰ দিছিল, তথাপিও প্ৰকৃততে যোগদান কৰা প্ৰশিক্ষাৰ্থীৰ সংখ্যা প্ৰথমপৰ্যায়ৰ পৰা ১,৮০২ জনৰ পৰা দ্বিতীয় পৰ্যায়ত ১,৩৬৪ জনলৈ হ্ৰাস পাইছে।

আনহাতে মুঠ ১৭টা কোম্পানীত মাত্ৰ ৯৫ জন প্ৰশিক্ষাৰ্থীকহে নিযুক্তি দিয়া হৈছিল। মুথুট ফাইনেন্স (৩২), টেক মহিন্দ্ৰা (২০), আৰু মানপ্পুৰম ফাইনেন্স (১৪) হৈছে সৰ্বাধিক নিযুক্তি দিয়া কোম্পানীবোৰৰ ভিতৰত অন্যতম। তেল আৰু প্ৰাকৃতিক গেছ নিগম (ONGC) হৈছে একমাত্ৰ ৰাজহুৱা খণ্ডৰ সংস্থা যিয়ে স্থায়ী নিযুক্তি প্ৰদান কৰিছিল।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

August 31, 2026 1:54 pm
লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

August 31, 2026 1:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd