• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাত পৌৰসভাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰৱেশ আৰু গৃহ শিলান্যাস সমাৰোহৰ শুভ উদ্বোধন 

উত্তম শইকীয়া  by উত্তম শইকীয়া 
August 10, 2021 7:14 pm
a saun
178
VIEWS
Share on FacebookShare on Twitter

২০২২ চনৰ ভিতৰত দৰিদ্ৰ সীমা ৰেখাক তলৰ সকলো লোকৰে বাসগৃহ সমূহ সম্পূৰ্ণ কৰাৰ লক্ষ্য আগত ৰাখি ৰাজ্যৰ লগতে বোকাখাত পৌৰসভা এলেকাতো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহসমূহৰ নিৰ্মাণ কাৰ্য চলি আছে ৷

এই আঁচনিৰ আধাৰতেবোকাখাত পৌৰসভা এলেকাত আজি বোকাখাত পৌৰ প্ৰশাসনে মংগলবাৰৰ দিনা গৃহ প্ৰৱেশ আৰু গৃহ শিলান্যাস সমাৰোহ আয়োজন কৰে ৷

পৌৰসভাৰ বিভিন্ন স্থানত আয়োজিত এই লানি কাৰ্যসুচী শুভ উদ্বোধন কৰে বোকাখাতৰ মহকুমাধিপতি ডা৹ নেহা যাদৱে ৷

অনু্ষ্ঠানত পৌৰসভাৰ বিষয়ববীয়াৰ উপৰি বোকাখাত ৰাজহ চক্ৰ বিষয়া সৌভিক দত্তও উপস্থিত থাকে ৷

পৌৰসভাৰ তিনি নম্বৰ ৱাৰ্ডত নিৰ্মাণ সম্পূৰ্ণ হোৱা  প্ৰয়াত জয়ন্ত দত্তৰ পত্নী পূণ্য দত্তৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৱাস গৃহটি উদ্বোধন কৰি মহকুমাধিপতি ডাঃ নেহা যাদৱে মংগলবাৰে আনুষ্ঠানিক ভাৱে এই সমাৰোহৰো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে ৷

বোকাখাত পৌৰ প্ৰশাসনে আয়োজন কৰা এই গৃহ প্ৰৱেশ আৰু গৃহ শিলান্যাশ সমাৰোহৰ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি চৰকাৰী ধনৰ কোনো অপচয় নকৰাকৈ এই হিতাধিকাৰী পুণ্য দত্তই আঁচনিৰ গৃহ সুন্দৰকৈ নিৰ্মাণ কৰাত সন্তোষ প্ৰকাশ কৰে ৷

উল্লেখ্য যে বোকাখাত পৌৰসভা এলেকাৰ নিৰ্মাণ সম্পূৰ্ণ হ’বলৈ থকা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহসমূহ ২০২২ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য বান্ধি লৈছে বুলি জনায় বোকাখাত পৌৰসভাই ৷

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd