• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতত গঁড় এৰি চিকাৰী চিকাৰ চিকাৰীৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
June 27, 2019 4:29 pm
Poacher gang takes comrade's life in Assam's Bokakhat

উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ। ছবি- নৰ্থ ইষ্ট নাও।

2.6k
VIEWS
Share on FacebookShare on Twitter

বোকাখাতত গঁড়ৰ পৰিৱৰ্তে চোৰাংচিকাৰীৰ চিকাৰ হৈছে দলৰে এজন সতীৰ্থ।

বুধবাৰে নিশা বোকাখাতৰ কমাৰগাঁৱত ধনশিৰি নদীৰ পাৰত গঁড় চিকাৰী ধন বৰা ওৰফে মনজিত বৰাক তেওঁৰে সতীৰ্থ কেইজনমানে মিলি হত্যা কৰে।

ঘটনাৰ খবৰ পাই তাতালিতে ঘটনাস্থলীত উপস্থিত হোৱা কমাৰগাওঁ আৰক্ষীৰ এটা দলে খেদি খেদি দলটোৰ সদস্য পল্লৱ বসুমতাৰী আৰু হৰেকৃষ্ণ দলেক  আটক কৰে। গৌতম দলে নামৰ দলটোৰ আন এজন সদস্য পলাই যাবলৈ সক্ষম হৈছে।

সতীৰ্থৰ চিকাৰ হোৱা ধন বৰাৰ মৃতদেহ বৃ্হস্পতিবাৰ পৰ্য্যন্ত উদ্ধাৰ কৰিব পৰা হোৱা নাই। চোৰাংচিকাৰীকেইজনে সতীৰ্থজনক হত্যা কৰি ধনশিৰিত উটুৱাই দিয়া বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

পুলিচৰ চোৰাংচোৱা বুলি সন্দেহ কৰিয়েই ধন বৰাক হত্যা কৰা বুলি প্ৰাৰম্ভিক জেৰাত ধৃত চোৰাংচিকাৰীকেইজনে প্ৰকাশ কৰিছে, আৰক্ষী সূত্ৰৰ দাবী।

আনহাতে পলাতক গৌতম দলেৰ বোকাখাত পলাশগুৰিৰ ঘৰৰ পৰা আৰক্ষী আৰু কাজিৰঙা কৰ্তৃপক্ষৰ যুটীয়া অভিযানত বৃ্হস্পতিবাৰে দুটা ৩৹৩ ৰাইফল, এটা চাইলেঞ্চাৰ আৰু ১৪ জাঁই সক্ৰিয় গুলী উদ্ধাৰ হৈছে৷ বাসগৃহৰ চৌহদতে থকা ঘাঁহনিৰ মাজত অস্ত্ৰসমূহ লুকুৱাই ৰখা হৈছিল৷

হত্যাকাণ্ডটো সংঘটিত হোৱা ঠাইৰপৰা আৰক্ষীয়ে এখন AS-05M-0435 নম্বৰৰ পালছাৰ মটৰ চাইকেল জব্দ কৰিছে।

ধৃত হৰেকৃষ্ণ দলে আৰু গৌতম দলেক কাজিৰঙাত গঁড় হত্যা সন্দৰ্ভত আগতেও গ্ৰেপ্তাৰ কৰা হৈছিল৷

গঁড় হত্যাত সহায় কৰাৰ বাবে গৌতম দলেৰ মাতৃকো গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে৷

Recent News

২০ বছৰীয়া সমস্যা সমাধানৰ বাবে নতুন পদক্ষেপ গ্ৰহণ নিৰ্বাচন আয়োগৰ

২০ বছৰীয়া সমস্যা সমাধানৰ বাবে নতুন পদক্ষেপ গ্ৰহণ নিৰ্বাচন আয়োগৰ

বিতৰ্কৰ মাজতেই চাকৰিৰ পৰা অপসাৰণ কৰা হ’ল সৌৰ শক্তি নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰামেশ্বৰ প্ৰসাদ গুপ্তাক

বিতৰ্কৰ মাজতেই চাকৰিৰ পৰা অপসাৰণ কৰা হ’ল সৌৰ শক্তি নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰামেশ্বৰ প্ৰসাদ গুপ্তাক

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd