• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত গঁড় এৰি চিকাৰী চিকাৰ চিকাৰীৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
June 27, 2019 4:29 pm
Poacher gang takes comrade's life in Assam's Bokakhat

উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ। ছবি- নৰ্থ ইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতত গঁড়ৰ পৰিৱৰ্তে চোৰাংচিকাৰীৰ চিকাৰ হৈছে দলৰে এজন সতীৰ্থ।

বুধবাৰে নিশা বোকাখাতৰ কমাৰগাঁৱত ধনশিৰি নদীৰ পাৰত গঁড় চিকাৰী ধন বৰা ওৰফে মনজিত বৰাক তেওঁৰে সতীৰ্থ কেইজনমানে মিলি হত্যা কৰে।

Apply Now

ঘটনাৰ খবৰ পাই তাতালিতে ঘটনাস্থলীত উপস্থিত হোৱা কমাৰগাওঁ আৰক্ষীৰ এটা দলে খেদি খেদি দলটোৰ সদস্য পল্লৱ বসুমতাৰী আৰু হৰেকৃষ্ণ দলেক  আটক কৰে। গৌতম দলে নামৰ দলটোৰ আন এজন সদস্য পলাই যাবলৈ সক্ষম হৈছে।

সতীৰ্থৰ চিকাৰ হোৱা ধন বৰাৰ মৃতদেহ বৃ্হস্পতিবাৰ পৰ্য্যন্ত উদ্ধাৰ কৰিব পৰা হোৱা নাই। চোৰাংচিকাৰীকেইজনে সতীৰ্থজনক হত্যা কৰি ধনশিৰিত উটুৱাই দিয়া বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

পুলিচৰ চোৰাংচোৱা বুলি সন্দেহ কৰিয়েই ধন বৰাক হত্যা কৰা বুলি প্ৰাৰম্ভিক জেৰাত ধৃত চোৰাংচিকাৰীকেইজনে প্ৰকাশ কৰিছে, আৰক্ষী সূত্ৰৰ দাবী।

আনহাতে পলাতক গৌতম দলেৰ বোকাখাত পলাশগুৰিৰ ঘৰৰ পৰা আৰক্ষী আৰু কাজিৰঙা কৰ্তৃপক্ষৰ যুটীয়া অভিযানত বৃ্হস্পতিবাৰে দুটা ৩৹৩ ৰাইফল, এটা চাইলেঞ্চাৰ আৰু ১৪ জাঁই সক্ৰিয় গুলী উদ্ধাৰ হৈছে৷ বাসগৃহৰ চৌহদতে থকা ঘাঁহনিৰ মাজত অস্ত্ৰসমূহ লুকুৱাই ৰখা হৈছিল৷

হত্যাকাণ্ডটো সংঘটিত হোৱা ঠাইৰপৰা আৰক্ষীয়ে এখন AS-05M-0435 নম্বৰৰ পালছাৰ মটৰ চাইকেল জব্দ কৰিছে।

ধৃত হৰেকৃষ্ণ দলে আৰু গৌতম দলেক কাজিৰঙাত গঁড় হত্যা সন্দৰ্ভত আগতেও গ্ৰেপ্তাৰ কৰা হৈছিল৷

গঁড় হত্যাত সহায় কৰাৰ বাবে গৌতম দলেৰ মাতৃকো গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

August 28, 2026 7:00 am
ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

August 28, 2026 7:00 am
ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd