• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

Poem collection inaugurate হাজোত প্ৰভাত ভাগৱতীৰ কাব্য সংকলন ‘অনুভূতি’ উন্মোচন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 12, 2021 1:55 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৱ বৰ্ষৰ প্ৰাকক্ষণত পঞ্চতীৰ্থ হাজোত আজি আনুষ্ঠানিক ভাবে উন্মোচন কৰা হয় প্ৰভাত ভাগৱতীৰ কবিতা সংকলন ‘অনুভূতি’।

হাজোৰ চন্দ্ৰমা হোটেলত আয়োজিত হাজো এছ বি এছ কে আৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৭৬ চনত উচ্চ মাধ্যমিক উত্তীৰ্ণ আৰু উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ হোৱাটছ এপ গ্ৰুপ ‘উভতি চাওঁ ১৯৭৬ (হাজো)ৰ প্ৰীতি সমাৰোহত কাব্য সংকলনখন আনুষ্ঠানিক ভাবে উন্মোচন কৰে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া দেৱেশ্বৰ মালাকাৰে।

Apply Now

২০২০ চনৰ ডিচেম্বৰ মাহত অসম গ্ৰামীন বিকাশ বেংকৰ এগৰাকী বিষয়া হিচাবে অৱসৰ গ্ৰহণ কৰা প্ৰভাৱ ভাগৱতীয়ে দীৰ্ঘদিন ধৰি সাহিত্য চৰ্চা কৰি আহিছে। ‘অনুভূতি’ তেওঁৰ প্ৰথম কাব্য গ্ৰন্থ।

পাণবজাৰৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী এম আৰ পাব্লিকেছনে প্ৰকাশ কৰি উলিওৱা প্ৰভাত ভাগৱতীৰ ‘অনুভূতি’ কাব্য গ্ৰন্থত মুঠ ৫০ টা ভিন্ন স্বাদৰ কবিতাই ঠাই পাইছে।

গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে ডঃ অজিত কুমাৰ মেধি, ডাঃমণিকা দাস,ভূপেন চন্দ্ৰ বিশ্বাসী,সত্যপ্ৰকাশ মালাকাৰ,ডঃ সুষমা মজুমদাৰ, মঞ্জুলা মেধি, পদুমা হাটখোৱা, অনিল দাস, প্ৰদীপ দাস, জহৰুল,সুভাষ দাস আদি ব্যক্তিসকল।

উল্লেখ্য হাজো এছ বি এছ কে আৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৭৬ চনত উচ্চ মাধ্যমিক উত্তীৰ্ণ আৰু উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলে দীৰ্ঘ বছৰৰ বিৰতিৰ মূৰতো পুনৰ একেলগ হোৱাৰ কথাই বহুতোকে অনুপ্ৰাণিত কৰিছে।

বছৰৰ পিছত বছৰ ধৰি বিভিন্ন ক্ষেত্ৰৰ সৈতে জৰিত হৈ থকাৰ পিছতো সেইসকল শিক্ষাৰ্থী আজি পুনৰ একেলগ হয় হাজোৰ চন্দ্ৰমা হোটেলত ।

আজিৰ অনুষ্ঠানতে বিদা্যলয় খনৰ ১৯৭৬ চনত উচ্চ মাধ্যমিক উত্তীৰ্ণ আৰু উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলে বিভিন্ন কাৰ্যসূচীৰ মাজেৰে এৰি অহা দিন বোৰৰ কথা ৰোমন্থন কৰে।

অনুষ্ঠানত ইতিমধ্যে ইহসংসাৰ এৰি যোৱা উক্ত বেটছৰ শিক্ষাৰ্থীসকলৰ আত্মাৰ সদগতি কামনা কৰিও প্ৰাৰ্থনা জনোৱা হয়।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd