• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষ্ণাইত অনুজ্ঞাপত্ৰহীন অটোৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনৰ তীব্ৰ অভিযান

নীলমণি শৰ্মা by নীলমণি শৰ্মা
October 5, 2018 9:35 pm
IMG_20181004_170544
291
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাই বজাৰত অনুজ্ঞাপত্ৰহীন অটোৰিক্সাৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে তীব্ৰ অভিযান চলাইছে৷ অতৰ্কিত এই অভিযান কালত আৰক্ষীয়ে প্ৰায় অৰ্ধ শতাধিক অটোৰিক্সা জব্দ কৰে৷ কৃষ্ণাই আৰক্ষী থানাৰ দায়িত্বত থকা ডিএছপি মৌচুমী দাসৰ নেতৃত্বত চলা এই অভিযানত জব্দ কৰা অটোৰিক্সা সমূহৰ কোনো এখনৰে প্ৰয়োজনীয় নথি-পত্ৰ নথকাৰ লগতে প্ৰায়বোৰ চালকৰে অনুজ্ঞাপত্ৰ নাই বুলিও আৰক্ষী সূত্ৰত প্ৰকাশ৷

অৱশ্যে সমূখত শাৰদীয় দুৰ্গোৎসৱ থকাৰ পৰিপ্ৰেক্ষিতত প্ৰতিখন অটোৰিক্সাৰ বিপৰীতে এহেজাৰ টকাকৈ জৰিমনা আদায় কৰি বাহনসমূহ মোকলাই দিয়ে প্ৰশাসনে৷ জানিব পৰা মতে অতিশীঘ্ৰে নথি-পত্ৰসমূহ ঠিক কৰি নোলোৱা অটোৰিক্সা সমূহৰ বিৰুদ্ধে প্ৰশাসনে পূজাৰ পিছতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব৷

সচেতন মহলে প্ৰশাসনৰ এই প্ৰশংসনীয় কাৰ্যক ধন্যবাদ জনাইছে যদিও আৰক্ষী চকীৰ প্ৰায় কাষতে থকা তেল ডিপোটোৰ সমুখত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় ওপৰতে দিনে নিশাই ৰখাই থোৱা ডাঙৰ যান-বাহনৰ বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ ব্যক্ত কৰিছে৷

এইদৰে নীতি বহিৰ্ভূত ভাবে ৰখাই থোৱা যান বাহন সমূহৰ বাবে কৃষ্ণাই বজাৰত যানজঁটে দেখা দিয়াৰ লগতে দুৰ্ঘটনাৰ আশংকাও বৃদ্ধি কৰিছে৷ উল্লেখ্য যে এই ডিপোটোৰ ঠিক সমুখতে পথৰ উত্তৰ ফালে কৃষ্ণাই হাইস্কুলখন অৱস্থিত হোৱাৰ বাবে বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে অঞ্চলটোৰ ৰাইজে৷

Recent News

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd