• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিনিচুকীয়াত সেনা-আৰক্ষীৰ যুটীয়া অভিযানত আলফা(স্বা)ৰ দুৰ্ধৰ্ষ কেডাৰ আটক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 26, 2019 3:42 pm

1 min read

ULFA cadre

আটকাধীন আলফা স্বাধীনৰ কেডাৰগৰাকী

3.4k
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত সোমবাৰে তিনিচুকীয়া জিলাত এগৰাকী আলফা স্বাধীনৰ দুৰ্ধৰ্ষ কেডাৰ আটক হয়।

আটক হোৱা আলফা স্বাধীনৰ কেডাৰগৰাকী ধেমাজিৰ নৰোৱাথানৰ দিম্পল বৰুৱা ওৰফে গুদু অসম বুলি চিনাক্ত কৰা হৈছে।

অভিযানকাৰী সেনা-আৰক্ষীৰ দলটোৱে আটকাধীন আলফা স্বাধীনৰ কেডাৰগৰাকীৰ পৰা এটা .২২ পিষ্টল আৰু চাৰিজাই সজীৱ গুলি জব্দ কৰে।

উল্লেখযোগ্য যে, গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত সোমবাৰে তিনিচুকীয়া আৰক্ষী আৰু সেনাৰ এটা যুটীয়া দলে আলফা স্বাধীনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে আৰু জিলাখনৰ জাগুনৰ টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ পৰা দুৰ্ধৰ্ষ আলফা স্বাধীনৰ কেডাৰ গৰাকীক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ সূত্ৰত প্ৰকাশ কৰা অনুসৰি আটকাধীন আলফা স্বাধীনৰ কেডাৰ গৰাকীয়ে অঞ্চলটোত দীৰ্ঘদিনৰ পৰা ধন দাবী আৰু নতুন সদস্য ভৰ্তিৰ কামত নিয়োজিত হৈ আছিল।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd