• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৃষক নেতা ৰাকেশ টিকাইটৰ কনভয় আক্ৰমণ, এবিভিপিৰ সদস্যকে ধৰি আটক হ’ল ১৪ জন লোক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 3, 2021 4:07 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে ৰাজস্থানৰ আলোৱাৰ জিলাৰ টাটাৰপুৰ গাঁৱত ভাৰতীয় কিষাণ ইউনিয়নৰ কৃষক নেতা ৰাকেশ টিকাইটৰ কনভয়ত আক্ৰমণ কৰাৰ অভিযোগত চৈধজন লোকক ৰাজস্থান আৰক্ষীয়ে আটক কৰিছে।

অভিযুক্তকেইজনৰ ভিতৰত অন্যতম হৈছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এজন ছাত্ৰনেতা কুলদ্বীপ যাদৱ।

Apply Now

আক্ৰমণ কৰাৰ সময়ত কৃষক নেতাজন জিলাখনৰ হাৰছৰা গাঁৱৰ পৰা বানছুৰ গাঁৱলৈ এখন জনসভা সম্বোধন কৰিবলৈ গৈ আছিল।

প্ৰথমখন এজাহাৰৰ মতে, যাত্ৰাৰত অৱস্থাতে ৩৩জন লোকে কৃষক নেতাজনৰ কনভয়খন ৰখায়।

এজাহাৰৰ মতে, কৃষক নেতাজনৰ কনভয়খন ৰোৱাৰ পাছত তেওঁলোকে গাড়ীৰ গ্লাছ ভাঙে আৰু ভিতৰলৈ ক’লা চিঞাহী মাৰিব ধৰে।

শুকুৰবাৰে ৰাতি এই সম্পৰ্কত এটা গোচৰ ৰুজু হয়।

শনিবাৰে, কৃষক নেতাজনে অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিৰ যুৱ বাহিনী এই আক্ৰমণৰ বাবে জগৰীয়া।

अलवर में काफिले पर हमला सुनियोजित था। भाजपा के सांसद और विधायक अपने गुंडों से सड़क पर हमला कराएंगे तो यूपी में इनके सांसद-विधायकों को सड़क पर नहीं निकलने दिया जाएगा#AttackOfTitan #FarmersProtest @aajtak @ANI @PTI_News @sakshijoshii @abhishek_sh78 @HansrajMeena

— Rakesh Tikait (@RakeshTikaitBKU) April 2, 2021

তেওঁ দাবী কৰিছে যে তেওঁলৈ শিলগুটি নিক্ষেপ কৰাৰ উপৰিও লাঠিচালনাৰ ভয় দেখুৱাই চিঞৰিছিল- ”ৰাকেশ টিকাইট গ’ বেক”।

”তেওঁলোকে কিয় আমাৰ স’তে সংঘৰ্ষত লিপ্ত হৈছে? আমি কৃষক, ৰাজনৈতিক দল নহয়।”- কৃষক নেতাজনে এইদৰে কয়।

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে টুইটাৰযোগে ঘটনাটোক গৰিহণা জনাইছে।

মখ্যমন্ত্ৰীজনে কয় যে দুৰ্বৃত্তকেইজনৰ ওপৰত যথোপযুক্ত ব্যৱস্থা লোৱা হ’ব।

তেওঁ কয় যে কৃষক আন্দোলনটোক বিজেপিয়ে যিধৰণে প্ৰতিহত কৰিব বিচাৰিছে, সেয়া আৰম্ভণিৰে পৰা লজ্জাজনক।

আনহাতে, ভাৰতীয় জনতা পাৰ্টিয়ে কৈছে যে আক্ৰমণৰ ঘটনাটোৰ স’তে বিজেপি জড়িত নহয়।

কৃষক নেতাজনক আক্ৰমণ কৰাৰ প্ৰতিবাদত শুকুৰবাৰে প্ৰতিবাদী কৃষকসকলে দিল্লী-উত্তৰ প্ৰদেশসংযোগী ঘাজীপুৰ বৰ্ডাৰ আৱদ্ধ কৰে।

উল্লেখযোগ্য যে যোৱা চাৰি মাহ ধৰি ৰাকেশ টিকাইটৰ নেতৃত্বত কেন্দ্ৰৰ তিনিখন নতুন কৃষি আইনৰ বিৰুদ্ধে দেশজুৰি কৃষক আন্দোলন চলি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd