DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্ৰেমিকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ অভিনেত্ৰীৰ : ভিডিঅ’ ভাইৰেল কৰাৰ হুমকি দি গ্ৰেপ্তাৰ হ’ল প্ৰেমিক

এন ই নাও নিউজ by এন ই নাও নিউজ
July 13, 2020 3:23 pm
chennai-bekary-owner-arrested

প্ৰতিনিধিত্বমূলক চৰিত্ৰ

4.6k
VIEWS
Share on FacebookShare on Twitter

প্ৰেমিকৰ বিৰুদ্ধে ধৰ্ষণ আৰু অন্তৰংগ মুহূৰ্তৰ ভিডিঅ’ ভাইৰেল কৰাৰ হুমকিৰ ভাবুকি দি থকাৰ বিৰুদ্ধে আৰক্ষীৰ হৰণাপন্ন হয় এগৰাকী অভিনেত্ৰী।

ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত প্ৰেমিকক।

ঘটনাৰ বিৱৰণী অনুসৰি টলিউদৰ এগৰাকী ২৬ বছৰীয়া অভিনেত্ৰীক যোৱা ৫ জুলাইত প্ৰেমিকে এটা খালি ফ্লেটলৈ নি বলপূৰ্বকভাৱে যৌন সম্পৰ্ক স্থাপন কৰাৰ লগতে ভিডিঅ’ ৰেকৰ্ডিং কৰে।

ইয়াৰ পিছৰ পৰাই প্ৰেমিকজনে ৰেকৰ্ডিং ভিডিঅ’টো ভাইৰেল কৰাৰ ভাবুকিৰে অভিনেত্ৰী প্ৰেমিকা গৰাকীক মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে।

আনকি অভিনেত্ৰী গৰাকীৰ সৈতে জোৰকৈ শাৰীৰিক সম্পৰ্ক স্থাপন কৰা বুলি অভিযোগ কৰিলেও ভিডিঅ’টো ভাইৰেল কৰি দিয়াৰ ভাবুকি দি আহিছিল লম্পট প্ৰেমিকে।

প্ৰেমিকৰ পৰা যথেষ্ট মানসিক আৰু শাৰীৰিক অত্যাচাৰ সন্মুখীন হোৱাৰ পিছত অভিনেত্ৰী গৰাকীয়ে ৮ জুলাইত যাদৱপুৰ আৰক্ষী থানাত প্ৰেমিকৰ বিৰুদ্ধে ধৰ্ষণ আৰু ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকিৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।

ইতিমধ্যে যাদৱপুৰ থানাৰ আৰক্ষীয়ে উক্ত এজাহাৰ ভিত্তিত প্ৰেমিকজনৰ বিৰুদ্ধে ধৰ্ষণ আৰু ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰ গোচৰ ৰুজু কৰি প্ৰেমিকজনক গ্ৰেপ্তাৰ কৰিছে। প্ৰেমিকজনক আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈও প্ৰেৰণ কৰিছে।

ইফালে অভিনেত্ৰী গৰাকীৰয়ে এজন ব্যৱসায়ীৰ পুত্ৰ প্ৰেমিকে ব্যৱসায় কৰাৰ নামত তেওঁৰ পৰা ধন লোৱাৰো অভিযোগ উত্থাপন কৰিছে।

Recent News

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd