DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভুৱা নথিৰে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰা এজন লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 7, 2019 2:02 pm
7-5

প্ৰতিনিদিত্বমূলক ফটো

1.6k
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীয়ে অলপতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি)ৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ ভুৱা নথি দাখিল কৰা মিৰাজ আলী নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

বাতৰি অনুসৰি, ২০১৩ চনৰ ডিচেম্বৰত বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা আলীক বৃহস্পতিবাৰে জাগীৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আলীৰ মাতৃ বানেছা খাতুনক ইতিমধ্যে পূৰ্বেই গ্ৰেপ্তাৰ কৰি ডিটেনশ্যন কেম্পত ৰখা হৈছিল যদিও আলী কেনেবাকৈ আৰক্ষীৰ অলক্ষিতে পলাই আছিল।

মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই এই কথা সদৰী কৰিছে।

‘’মিৰাজে কেনেকৈ তেওঁৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ’ল সেই সকলোবোৰ দিশৰ তদন্ত কৰা হ’ব,’’-ডেকাই কয়।

আছাম পাব্লিক ৱৰ্কছে (এ পি ডব্লিউ) ধাৰণা কৰে যে আলীৰ দৰে এনে আৰু বহু অবৈধ বাংলাদেশীৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হৈছে।

এ পি ডব্লিউৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে কয় যে আলী আৰু তেওঁৰ দুজন সন্তান মুছকান বেগম আৰু ছাহিদ আলীৰ নাম এন আৰ চিৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত হৈছে।

তেওঁ লগতে কয় যে ভুৱা নথিৰ পৰীক্ষণৰ জৰিয়তে লক্ষাধিক অবৈধ বাংলাদেশীৰ নাম চূড়ান্ত এন আৰ চিৰ তালিকাত সোমাইছে।

এ পি ডব্লিউয়ে পূৰ্বে অভিযোগ কৰিছিল যে এন আৰ চি উন্নীতকৰণৰ কামত ব্যৱহাৰ কৰা ছফটৱেৰ তথা প্ৰযুক্তিত সম্পূৰ্ণ সুৰুঙা আছে।

‘’এই সুৰঙাবোৰৰ সুবিধা লৈ বহু অবৈধ বাংলাদেশী প্ৰব্ৰজনকাৰীয়ে তেওঁলোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰিছে,’’-তেওঁ লগতে কয়।

Recent News

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd