• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ত্ৰিপুৰাত গ্ৰেপ্তাৰ ‘জামাতুল মুজাহিদীন বাংলাদেশ’ৰ দুৰ্ধৰ্ষ সদস্য

পিনাকী দাস by পিনাকী দাস
March 6, 2019 7:29 am
Tripura DGP

ফটো : নৰ্থ-ইষ্ট নাও

723
VIEWS
Share on FacebookShare on Twitter

ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ এজন দুৰ্ধৰ্ষ সদস্যক ৫ মাৰ্চ অৰ্থাৎ মঙলবাৰে ত্ৰিপুৰাৰ ৰাজধানী চহৰ আগৰতলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। মঙলবাৰে সন্ধিয়া এখন সংবাদমেল যোগে এই কথা জনায় ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধান অখিল কুমাৰ শুক্লাই।

সংবাদমেলত তেওঁ কয় ‘সন্ত্ৰাসবাদী কাৰ্যকালাপৰ সৈতে জড়িত এজন ব্যক্তি আৰু তেওঁৰ সংগীসকল ইয়াত থকা বুলি আমি তথ্য লাভ কৰিছিলো। আৰু সেই তথ্যৰ আধাৰতে আমি সক্ৰিয় হৈ আছিলো আৰু আজি নাজিৰ শ্বেখ নামৰ এজন লোকক আটক কৰিছো। আটকাধীন লোকজনৰ ঘৰ পশ্চিমবংগৰ মুৰ্চিদাবাদত আৰু তেওঁ বাংলাদেশী সন্ত্ৰাসবাদী সংগঠন জামাতুল মুজাহিদীন বাংলাদেশ(জে এম বি)ৰ সৈতে জড়িত’।

অখিল কুমাৰ শুক্লাই আৰু কয়, ‘সূত্ৰৰ পৰা আমি জানিব পৰা মতে আটকাধীন উগ্ৰপন্থী সদস্যজন বিস্ফোৰক সামগ্ৰীৰ লগতে আই ই ডি বিস্ফোৰণত ঘটোৱাৰো প্ৰশিক্ষণ গ্ৰহণ কৰিছে। সকলোৱে জানে যে বাংলাদেশী সন্ত্ৰাসবাদী সংগঠন জামাতুল মুজাহিদীনে ২০০৫ত একেলগে ৬৩খন জিলাত বিস্ফোৰণ ঘটাইছিল’।

সাংবাদিকে আটকাধীন সদস্যজনৰ বিষয়ে আৰু অধিক তথ্য জানিব বিচৰাত আৰক্ষী সঞ্চালক প্ৰধান জনে তদন্তৰ খাতিৰত মন্তব্য কৰাৰ পৰা বিৰত থাকে যদিও উগ্ৰপন্থী সদস্যজনৰ বয়স ২৫ বছৰ আৰু আজি আদালতত হাজিৰ কৰোৱা হ’ব বুলি জানিবলৈ দিয়ে।

Recent News

NBA Raising Star Leuge: ভাৰতীয় দলত স্থান লাভ অসমৰ জীয়ৰী ৰুমী কোঁৱৰ

NBA Raising Star Leuge: ভাৰতীয় দলত স্থান লাভ অসমৰ জীয়ৰী ৰুমী কোঁৱৰ

কৃত্ৰিম বানৰ কবলত শিৱসাগৰত: জলমগ্ন ঐতিহাসিক ৰংঘৰ চৌহদো

কৃত্ৰিম বানৰ কবলত শিৱসাগৰত: জলমগ্ন ঐতিহাসিক ৰংঘৰ চৌহদো

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব : ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমী পাৰ্টিৰ

আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব : ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমী পাৰ্টিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd