• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লকডাউনৰ মাজতে ব্ৰহ্মাজানত আটক সুৰা কঢ়িয়াই অনা এম্বুলেঞ্চসহ তিনি স্বাস্থ্যকৰ্মী

NE NOW NEWS মানস প্রতীম গগৈ
মার্ঘেৰিটা , March 30, 2020 7:04 am

1 min read

IMG-20200329-WA0104

সুৰা কঢ়িয়াই অনা এম্বুলেন্সসহ স্বাস্থ্যকৰ্মী তিনিজন। ফটো: নৰ্থইষ্ট নাও

8.7k
VIEWS
Share on FacebookShare on Twitter

দেশত লকডাউন চলি থকাৰ সময়তেই যোৱা নিশা প্ৰায় ১০ বজাত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ বৰডুমছাৰ আৰক্ষীয়ে সুৰা কঢ়িয়াই অনা এখন এম্বুলেঞ্চসহ তিনিজনকৈ স্বাস্থ্যকৰ্মীক পেঙেৰীৰ ব্ৰহ্মাজানত খেদি খেদি আটক কৰে।

এ এছ২৩ চি চি ২৮৬১ নম্বৰৰ এখন এম্বুলেঞ্চত বিদেশী সুৰাৰ ২২টা ফুল আৰু ৪০টা কোৱাটাৰ বটল এম্বুলেঞ্চত লুকুৱাই লৈ অৰুণাচলৰ বৰডুমচাৰ পৰা পেঙেৰী হৈ তিনিচুকীয়ালৈ গৈ আছিল স্বাস্থ্য কৰ্মী তিনিজন।

বৰডুমচা থানাৰ আৰক্ষী বিষয়া লাৰ্নিছ পেগুৰ তৎপৰতাত তথা পেঙেৰী থানাৰ সহযোগত সুৰা,গাড়ী সহ স্বাস্থ্যকৰ্মী কেইজনক আটক কৰিবলৈ সক্ষম হয়।

গাড়ীখনত থকা কাকপথাৰৰ কাছিজান গাঁৱৰ বিপিন মৰাণ(২৯), তিনিচুকীয়াৰ গেলাপুখুৰী ৰ’ড আৰু বৰদলৈ নগৰ নিবাসী ক্ৰমে কৃষ্ণ নেওগ আৰু উৎপল শৰ্মাক আৰক্ষীয়ে এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে।

জব্দ কৰা এম্বুলেঞ্চসহ মদৰ বটলসমূহ বৰ্তমান পেঙেৰী আৰক্ষীয়ে জব্দ কৰিছে।

কৰ’না ভাইৰাছৰ আতংক তথা দেশত লকডাউনৰ মাজত স্বাস্থ্য কৰ্মীয়ে সুৰা সৰবৰাহ কৰা কাৰ্য্যক স্থানীয় সচেতন মহলক ক্ষুব্ধ কৰি তুলিছে।

উল্লেখ যে মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন প্ৰান্তত বৰ্তমানেও দেশীয় সুৰা বিক্ৰী আৰু সৰবৰাহ চলি আছে বুলি অভিযোগ উঠিছে।

এইক্ষেত্ৰত আবকাৰী বিভাগক কঠোৰ অভিযান চলাবলৈ দাবী উত্থাপন হৈছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd