• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হোজাইৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ সৈতে জড়িত ৩জন অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 25, 2019 4:39 pm
images-1-750x375-1

প্ৰতিনিধিত্বমূলক ফটো

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হোজাই জিলাৰ ডবকা থানাৰ অধীনৰ দীঘলিঝাৰণি অঞ্চলত এগৰাকী যুৱতীৰ দলবদ্ধ ধৰ্ষণৰ সৈতে জড়িত মূল অভিযুক্ত পাঁচজনৰ ভিতৰত তিনিজনক ডবকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

বাতৰি অনুসৰি, আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা মূল অভিযুক্ত তিনিজনক ডবকাৰ লালমাটি গাঁৱৰ গোলাপ হুছেইন, ছাজিদ আহমেদ আৰু দিলোৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে।

Apply Now

আনহাতে, ঘটনাৰ সৈতে জড়িত আন দুজন মূল অভিযুক্ত আব্দুল মতিন আৰু আলম উদ্দিন এতিয়াও পলাতক হৈ আছে।

আৰক্ষীয়ে, অৱশ্যে লগতে ঘটনাৰ বলি যুৱতীগৰাকীৰ নিকট আত্মীয় ফইজল ইছলামক আটক কৰিছে। ইছলাম ধৰ্ষিতা যুৱতীগৰাকীৰ ভিনিহিয়েক।

উল্লেখযোগ্য যে এগৰাকী আত্মীয়ৰ ঘৰৰ পৰা ভিনিহিয়েকৰ সৈতে যুৱতীগৰাকী ঘৰলৈ উভতি অহাৰ সময়তে জঘন্য ঘটনাটো সংঘটিত হৈছিল। জানিব পৰা মতে, দুয়োজনে এখন ঘন বননি পোৱাৰ সময়তে ভিনিহিয়েকে অকলে জংঘলৰ মাজত সোমাই গুচি গৈছিল।

ইয়াৰ পাছতেই পাঁচজনীয়া দুৰ্বৃত্তৰ দলটোৱে ছোৱালীজনীক আক্ৰমণ কৰে আৰু তাইক বলপূৰ্বক জংঘলৰ মাজলৈ লৈ গৈ ধৰ্ষণ কৰাৰ লগতে সমগ্ৰ ঘটনাটো মোবাইলত আবদ্ধ কৰে।

তদুপৰি, প্ৰায় লগে লগেই গোটেই ভিডিঅ’টো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে।

ছচিয়েল মিডিয়াত ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পাছতে ঘটনাৰ বলি যুৱতীগৰাকীৰ অভিভাৱকে ঘটনাটো সম্পৰ্কে জানিব পাৰে আৰু লগে লগে যুৱতীগৰাকীৰ পিতৃয়ে যোৱা ২৩ এপ্ৰিলত ডবকা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

ইপিনে, ভিডিঅ’টো বিতংভাৱে তদন্ত কৰাৰ পাছত আৰক্ষীয়ে ঘটনাটোৰ সৈতে জড়িত পাঁচজন অভিযুক্তৰ আটাইকেইজনকে চিনাক্ত কৰে।

আৰক্ষীয়ে লগতে উল্লেখ কৰে যে যদিও ঘটনাটো কেই সপ্তাহমান আগতে সংঘটিত হৈছিল, ঘটনাৰ বলি যুৱতীগৰাকীয়েই হওক বা তেওঁৰ ভিনিহিয়েক কোনোৱে সিঁহতৰ পৰিয়ালৰ লোকৰ আগত এই বিষয়ে কোৱা নাছিল।

এইটোৱে গোটেই ঘটনাটোৰ সৈতে ভিনিহিয়েক ফইজল জড়িত থাকিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd