• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লিডুত এনকাউণ্টাৰ: আৰক্ষীৰ গুলীত আহত ১০ বছৰীয়া ভাগিনীয়েকৰ হত্যাকাৰী বিক্ৰম দাস

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা by মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা
November 10, 2021 8:11 am
192
VIEWS
Share on FacebookShare on Twitter

লিডু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভাগিনীয়েকৰে হত্যাকাৰী বিক্ৰম দাসক সন্ধিয়া স্বাস্থ্য পৰীক্ষাৰ বাবে অনাৰ সময়তে এজন আৰক্ষী জোৱানক নাকত ঘোচা মাৰি পলাবলৈ চেষ্টা কৰাৰ সময়ত আৰক্ষীয়ে তিনি জাঁই গুলি চলায়।

ফলত এটা গুলি বিক্ৰমৰ বাওঁ ভৰিত লাগে।

ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হৈছে বিক্ৰমক।

ঘটনাটোত এজন আৰক্ষী কনিষ্টবল মানিক চন্দ্ৰ দাস আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে ।

উল্লেখ্য মাৰ্ঘেৰিটা মহকুমাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত ১নং কলপৰা গাঁৱত এটি ১০ বছৰীয়া শিশুৰ নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ অঞ্চলটোক ‌।

জানিব পৰা মতে কলপৰা অঞ্চলৰ যুৱক বিক্ৰম দাসে যোৱা এসপ্তাহ পূৰ্বে পূজা দেখুৱাবলৈ জাগুন নিবাসী মণ্টু দাস আৰু উমা দাসৰ পুত্ৰক মাৰ্ঘেৰিটাৰ মোমায়েকৰ ঘৰৰ পৰা নিজা গৃহলৈ বুলি লৈ আনিছিল।

১০ বছৰীয়া ৰাহুল দাসে নিজ মহায়েকৰ লগত ভালদৰে পূজা উপভোগ কৰিছিল যদিও আচম্বিতে শিশুটি নিৰুদ্দেশ হোৱাত পৰিয়ালৰ লোক সকল চিন্তিত হৈ পৰে ।

বিক্ৰমৰ লগতে ঘূৰি ফুৰা দেৱ শিশুটিৰ এনে নিৰুদ্দেশৰ বাবে সকলোৱে বিক্ৰমকে সন্দেহ কৰাত নিশা পৰিয়ালৰ লোকে লিডু আৰক্ষীৰ সহায় বিচাৰে ।

অৱশেষত আৰক্ষীৰ জোৰদাৰ তদন্তৰ পিছত আজি শিশুটিৰ মৃতদেহ গাওঁ খনৰে এটি পৰিয়ালৰ বাৰীত উদ্ধাৰ হোৱাৰ লগতে হত্যাকাণ্ডৰ মূল নায়ক বিক্ৰম দাস বুলি চিনাক্ত হয়।

আনহাতে আজি একাংশ উত্তেজিত জনতাই হত্যাকাৰী জনৰ গৃহটি জ্বলাই দিবলৈ চেষ্টা কৰে যদিও স্থানীয় অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱালৈ সক্ষম হয় ।

ঘটনাটি পাৰিবাৰিক সংঘাতৰ বাবে সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে ।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd