DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰক্ষীয়ে সন্ধান পোৱা নাই শিলচৰৰ পৰা সন্ধানহীন হৈ থকা দুই যুৱতীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 27, 2019 7:42 am
missing+person+generic5

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

1.5k
VIEWS
Share on FacebookShare on Twitter

বৰাক উপত্যকাৰ শিলচৰৰ পৰা সন্ধানহীন হৈ থকা দুগৰাকী যুৱতীৰ সন্ধান এতিয়াও লাভ কৰিবলৈ সক্ষম হোৱা আৰক্ষী প্ৰসাশন।

উল্লেখযোগ্য যে, বিগত ২৫ এপ্ৰিলৰ সন্ধ্যা ৭ মান বজাত শিলচৰৰ তাৰাপুৰত ঘৰৰ পৰা ওচৰতে থকা বজাৰলৈ সামগ্ৰী ক্ৰয় কৰিবলৈ গৈছিল সানতা ৰায় আৰু অনামিকা সিং গীল নামৰ যুৱতী দুগৰাকী। কিন্তু ৮.৩০ মান বজালৈ যুৱতী দুগৰাকী উভতি নহাত পৰিয়ালৰ লোকৰ মাজত হুৱা-দূৱা লাগে।

পৰিয়ালৰ লোকে যুৱতী দুগৰাকীক বিচাৰি ওচৰে-পাজৰে অনুসন্ধান কৰে যদিও ক’তো যুৱতী দুগৰাকীৰ সম্ভেদ লাভ নকৰি হতাশ হৈ পৰে।

তদুপৰি, যুৱতী দুগৰাকীৰ লগত থকা মোবাইল ফোনো বন্ধ হৈ আছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

আনহাতে, ঘটনা সন্দৰ্ভত সন্ধানহীন হৈ থকা যুৱতী দুগৰাকীৰ পৰিয়ালে শিলচৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈ ঘটনা সংঘটিত হোৱাৰ ২৪ ঘণ্টা উকলি যোৱাৰ পাছতো আৰক্ষীয়ে যুৱতী দুগৰাকীৰ কোনো ধৰণৰ শুংসূত্ৰ উলিয়াব পৰা নাই।

স্থানীয় লোকে সন্দেহ কৰা মতে কোনো অসাধু চক্ৰই যুৱতী দুগৰাকীক অপহৰণ কৰিছে।পৰিয়ালৰ লোকসকলে আৰক্ষী প্ৰসাশনক অতি সোনকালে যুৱতী দুগৰাকীক উদ্ধাৰ কৰাৰ বাবে দাবী জনাইছে।

Recent News

সলনি হব ৰাজীৱ ভৱনৰ পৰিচয়; বিজনেছ কমপ্লেক্সলৈ ৰূপান্তৰিত হব ৰাজীৱ ভৱন

সলনি হব ৰাজীৱ ভৱনৰ পৰিচয়; বিজনেছ কমপ্লেক্সলৈ ৰূপান্তৰিত হব ৰাজীৱ ভৱন

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

Hiren Gohain

বিশ্বায়ন আৰু বিশ্বব্যাপি দাৰিদ্ৰ্য

কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচন: ২৬ টা সমষ্টিৰ ভিতৰত ২২ টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ

কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচন: ২৬ টা সমষ্টিৰ ভিতৰত ২২ টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd