• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১২ দিন উকলি যোৱাৰ পাছতো অংকুৰৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে আৰক্ষী

NE NOW NEWS এন ই নাও নিউজ
লংকা , May 10, 2019 6:32 pm

1 min read

hojai lanka

হোজাইৰ পৰা সন্ধানহীন হৈ থকা ছাত্ৰগৰাকীৰ ফটো

626
VIEWS
Share on FacebookShare on Twitter

হোজাই জিলাৰ লংকাত বিগত ২৮ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ থকা নৱম শ্ৰেণীৰ ছাত্ৰ অংকুৰ চৌহানৰ সন্ধানহীন হৈ থকাৰ ১২ দিন উকলি যোৱাৰ পাছতো কোনোধৰণৰ সম্ভেদ লাভ কৰা নাই পৰিয়ালৰ লোকে।

২৮ এপ্ৰিলত লংকা আৰক্ষী থানাৰ অন্তৰ্গত ভালুকমাৰী বৰপুখুৰী গাঁৱৰ ৰামকৰণ চৌহানৰ পুত্ৰ অংকুৰ চৌহান ঘৰৰ পৰা লংকালৈ আহি থাকোতে সন্ধানহীন হৈছিল। পৰিয়ালৰ লোকে বহু সময় ধৰি অংকুৰ ঘৰলৈ উভতি নহাৰ বাব বিভিন্ন ঠাইত তেওঁৰ সন্ধান চলাই যদিও ব্যৰ্থ হয়।

আনহাতে, অংকুৰৰ পৰিয়ালৰ লোকসকলে ইতিমধ্যে শংকৰদেৱ নগৰ আৰক্ষী থানাত এখন ছাত্ৰগৰাকী নিৰুদ্দেশ হোৱা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে।

ছাত্ৰ গৰাকীৰ আজি পৰ্য্যন্ত কোনোধৰণৰ সন্ধান লাভ নকৰাত পিতৃ-মাতৃ শোকত ভাঙি পৰিছে। কোনো ঠাইৰ ব্যক্তিয়ে ছাত্ৰগৰাকীৰ সম্ভেদ লাভ কৰিলে ৭৮৯৬৫৭৮১৪৮ নম্বৰত পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ দুৰ্ভগীয়া পৰিয়ালটোৱে অনুৰোধ জনাইছে।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd