• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাৰাণসীত স্পা চেণ্টাৰৰ আঁৰত দেহ ব্যৱসায়; কাঠগড়াত বিজেপি নেত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 4, 2025 9:06 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাৰাণসীত স্পা চেণ্টাৰৰ আঁৰত চলি থকা ৰমৰমীয়া দেহ ব্যৱসায়ৰ এক চাঞ্চল্যকৰ তথ্য ফাদিল হৈছে, যাৰ সূত্ৰ ধৰি কিছুমান ভদ্ৰ পোছাক পৰিহিত ব্যক্তিৰ নামো পোহৰলৈ আহিছে।

চহৰখনত এক বৃহৎ অভিযান চলাই বাৰাণসী আৰক্ষীৰ এছঅ’জি ২ টীমে চিগ্ৰা থানা এলেকাৰ দুটা স্থানত অভিযান চলায়। স্মাৰ্ট বজাৰৰ ওচৰৰ এবি মেৰিজ লনৰ বিপৰীতে থকা মেল’ডি স্পা আৰু ত্ৰিনেত্ৰ ভৱনৰ কাষৰ কানহাইয়া লাল শৰাফ ভৱনৰ ১১২ নম্বৰ ফ্লেটত এই দেহ ব্যৱসায় চলি আছিল বুলি আৰক্ষীয়ে সদৰী কৰিছে।

Apply Now

অভিযানৰ সময়ত দুয়োটা স্থানৰ পৰা মুঠ ১৩ জনক গ্ৰেপ্তাৰ কৰা হয়, যাৰ ভিতৰত ৯গৰাকী মহিলা।

তদন্তত পোহৰলৈ আহিছে যে দুয়োটা স্থানৰ গৰাকী হৈছে বিজেপি নেত্ৰী শালিনী যাদৱৰ স্বামী অৰুণ যাদৱ। শালিনী যাদৱে পূৰ্বে কংগ্ৰেছৰ টিকটত বাৰাণসীৰ মেয়ৰ পদৰ বাবে আৰু পিছত সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী হিচাপে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

আৰক্ষীয়ে একেসময়তে দুয়োটা স্থানত অভিযান চলাইছিল—মেল’ডি স্পা আৰু ১১২ নম্বৰ ফ্লেটত। মেল’ডি স্পাৰ পৰা চাৰিগৰাকী মহিলা আৰু চাৰিজন পুৰুষক সন্দেহজনক অৱস্থাত আটক কৰা হয়। তাত ২৩,১০০ টকা নগদ, মোবাইল, ডায়েৰীসহ কেইবাটাও অপৰাধ সংক্ৰান্ত সামগ্ৰী উদ্ধাৰ কৰা হয়।

১১২ নম্বৰ ফ্লেটৰ পৰাও পাঁচগৰাকী মহিলাক আপত্তিজনক অৱস্থাত পোৱা যায়। এই স্থানৰ পৰাও একাধিক প্ৰমাণ স্বৰূপ সামগ্ৰী উদ্ধাৰ কৰা হৈছে। অভিযানৰ পিছত স্থান দুটা আৰক্ষীয়ে ছীল কৰি দিয়ে।

প্ৰাথমিক তদন্তৰ পিছত চিগ্ৰা থানাত অভিযুক্তসকলৰ বিৰুদ্ধে একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে। অভিযুক্তসকলৰ বিৰুদ্ধে আদালতত কঠোৰ ব্যৱস্থা ল’ব পৰাকৈ আৰক্ষীয়ে চিচিটিভি ফুটেজ, মোবাইল ডেটা আৰু ফৰেনচিক প্ৰমাণ সংগ্ৰহ কৰিছে।

তদন্তত নিশ্চিত কৰা হৈছে যে অভিযান চলোৱা দুয়োটা স্থানই বিজেপি নেত্ৰী শালিনী যাদৱৰ স্বামী অৰুণ যাদৱৰ নামত আছে। শালিনী যাদৱে ২০১৭ চনত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে বাৰাণসী মেয়ৰ নিৰ্বাচনত দ্বিতীয় স্থান লাভ কৰিছিল। পিছত ২০১৯ চনত সমাজবাদী পাৰ্টিৰ টিকটত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। ২০২৩ চনৰ ২৪ জুলাইত তেওঁ সমাজবাদী পাৰ্টি এৰি বিজেপিত যোগদান কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

August 31, 2026 1:54 pm
লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

August 31, 2026 1:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd