• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বৰ্বৰ আৰক্ষী! যুৱতীৰ টি চাৰ্ট দাঙি অৰ্ধ উলংগ ফটো তুলিছিল আৰক্ষী বিষয়াই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 3, 2023 7:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউনিফৰ্মৰ শক্তি দেখুৱাই বিভিন্ন সময়ত আৰক্ষীয়ে আইনৰ অপব্যৱহাৰ কৰি সাধাৰণ লোকৰ ওপৰত বৰ্বৰ নিৰ্যাতন চলোৱাৰ ঘটনা প্ৰায়ে পোহৰলৈ আহে। এইবাৰ আকৌ পোহৰলৈ আহিছে আৰক্ষীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি এগৰাকী যুৱতীৰ ওপৰত চলোৱা যৌন আতিশাৰ্য্যৰ কথা।

এই ঘটনা ব্ৰিটেনৰ। ২০২০ চনত দক্ষিণ ইয়ৰ্কশ্বাৰত অনুষ্ঠিত এক অনুষ্ঠানত ব্ৰিটেনত এগৰাকী যুৱতীৰ ওপৰত অকথ্য যৌন নিৰ্যাতন চলোৱা অভিযোগ উঠিছিল। অভিযোগ অনুসৰি প্ৰথমে ব্ৰিটেইনৰ এখন পাবত এগৰাকী আৰক্ষী বিষয়াই এগৰাকী যুৱতীৰ শৰীৰত এগিলাচ বীয়েৰ ঢালি দিছিল। তাৰপিছৰ আৰক্ষীজনে যুৱতীগৰাকীৰ টিচাৰ্ট দাঙি মোবাইলত বন্দী কৰিছিল অৰ্ধ উলংগ দৃশ্য। কৰিছিল অশালীন মন্তব্য।

Apply Now

শেহতীয়াকৈ এই ঘটনাৰ বাবে আৰক্ষী বিষয়াজনক দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰা হয়। ৪৬ বছৰীয়া আৰক্ষী বিষয়াগৰাকীৰ নাম পল হিঞ্চক্লিফ। জানিব পৰা মতে বিষয়াগৰাকী বিবাহিত আৰু চাৰিটা সন্তানৰ পিতৃ।

আনহাতে ভুক্তভোগীৰ যুৱতীগৰাকীৰ বয়স ১৮ বছৰ। কিছুদিন পূৰ্বে ব্ৰিটেইনৰ লিডছ ক্রাউন ক’ৰ্টে এই গোচৰৰ নিষ্পত্তি কৰিছে। ন্যায়াধীশ ৰবিন মেয়াৰ্ছে আৰক্ষী বিষয়া পল হিঞ্চক্লিফক শাস্তি দিয়াৰ পূৰ্বে আদালতত সেই নিশাটোত সংঘটিত হোৱা পৰিঘটনাৰ বিষয়ে বৰ্ণনা কৰিছিল।

২০২০ চনৰ অক্টোবৰ মাহত সংঘটিত হৈছিল এই ঘটনা। দক্ষিণ ইয়ৰ্কশ্বাৰৰ উইদাৰস্পুঞ্চ নামৰ পাব খনত বন্ধু–বান্ধৱীৰ সৈতে সময় কটাই আছিল যুৱতীগৰাকীয়ে। সেই পাবখনতে নিজৰ সহকৰ্মী সকলৰ সৈতে উপস্থিত আছিল আৰক্ষী বিষয়াগৰাকী। প্ৰথমে যুৱতীগৰাকীলৈ আঙুলিয়াই দি ধেমালিৰ সুৰত মন্তব্য প্ৰকাশ কৰিছিক্ল আৰক্ষী বিষয়াজনে। তাৰপিছতেই আৰম্ভ হয় বিষয়াজনৰ উদ্ভণ্ডালী। চিধাই গৈ যুৱতীগৰাকীৰ গাত ঢালি দিয়ে বীয়েৰৰ গিলাছ। তাৰপিছত যুৱতীগৰাকীৰ টিচাৰ্ট ওপৰলৈ দাঙি অৰ্ধনগ্ন ছবি তুলিছিল ধৃত বিষয়াগৰাকীয়ে। সেই ছবই নিজৰ সহকৰ্মী সকললৈও প্ৰেৰণ কৰিছিল বিষয়াগৰাকীয়ে।

এয়াই নহয়, নিশালৈ সেই ছবি ভুক্তভুগী যুৱতীগৰাকীলৈ প্ৰেৰণ কৰি শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ প্ৰস্তাৱো প্ৰেৰণ কৰিছিল আৰক্ষীজনে।

এই কাণ্ডৰ বৰ্ণনা কৰি ন্যায়াধীশে কয়, “পলে এই কাম কৰি নিজৰ সন্মান আৰু মৰ্যাদা ডুবাই পেলাইছে। ইয়াৰ উপৰিও তেওঁ আৰক্ষীৰ ওপৰত থকা জনবিশ্বাসকো আঘাত হানিছে।

ন্যায়াধীশে পলৰ অপৰাধক “ভয়ংকৰ” বুলি অভিহিত কৰি আঠ মাহৰ কাৰাদণ্ড বিহিছে। আনহাতে, ভুক্তভোগী মহিলাগৰাকীয়ে কয়, ‘পুলিচ থকালৈকে তাই নিজকে নিৰাপদ অনুভৱ কৰিছিল। কিন্তু এতিয়াৰ পৰা তেওঁ পুলিচক দেখি ভয়হে খাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd