DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাণীৰ অৰণ্যৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে অপহৃত কুশল কলিতা আৰু জয়ন্ত কছাৰীক, এজন অপহৰণকাৰী গুলীবিদ্ধ

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 3, 2021 10:01 pm
Assam-Police-750x375
214
VIEWS
Share on FacebookShare on Twitter

ৰাণীৰ অৰণ্যৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে দুস্কৃতিকাৰীয়ে অপহৰণ কৰা কুশল কলিতা আৰু জয়ন্ত কছাৰী নামৰ লোক দুজনক।

অসম-মেঘালয় সীমান্তৰ ৰাণীৰ হাবিত শনিবাৰে আৰক্ষীয়ে অভিযান চলাই লোক দুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

দুয়োগৰাকী ব্যক্তিকে ৩০ জুনৰ দিনা ৰাণীৰ গৰভাংগা সংৰক্ষিত বনাঞ্চলৰ পৰা দুস্কৃতিকাৰীয়ে অপহৰণ কৰিছিল।

অপহৃত জয়ন্ত কছাৰী বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ ভাতৃ। আৰক্ষীয়ে আজি অপহৃত লোক দুজনক উদ্ধাৰ কৰাৰ বাবে চলোৱা অভিযানৰ সময়তে এজন অপহৰণকাৰী আৰক্ষীৰ গুলীত আহত হয়।

লোকজনৰ ভৰিত গুলী লাগিছে।

অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই আজি এই অভিযানৰ কথা তেওঁৰ টুইটাৰত প্ৰকাশ কৰিছে।

Kushal Kalita and Jayanta Kachari have been rescued from the kidnappers in Rani forest area by our brave @assampolice personnel just sometimes back.

In the operation one kidnapper has been shot.

Operation ongoing. Will post details soon.@CMOfficeAssam @himantabiswa

— DGP Assam (@DGPAssamPolice) July 3, 2021

আৰক্ষীয়ে অভিযানকালতে ভদ্ৰেশ্বৰ তিমুং নামৰ এজন অপহৰণকাৰীক আটক কৰিবলৈ সক্ষম হয়।

অপহৰণকাৰীসকলে দুই অপহৃতৰ মুক্তিৰ বিনিময়ত মোটা অংকৰ মুক্তিপণ দাবী কৰিছিল। অপহৃতৰ পৰিয়ালে সেই মুক্তিপণৰ ধন দিবলৈ ৰাণীলৈ যোৱাৰ সময়তে পূৰ্ব পৰিকল্পনা অনুসৰি আৰক্ষীয়ে অপহৰণকাৰীৰ বিৰুদ্ধে অভিযান চলায় বুলি জানিব পৰা গৈছে।

বাকী অপহৰণকাৰীসকলৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আৰু এই বিষয়ে সময়ত সকলো কথা জনোৱা হ’ব বুলি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই প্ৰকাশ কৰিছে।

Recent News

প্ৰধানমন্ত্ৰী মোদীয়ে নিটি আয়োগৰ আপত্তি আওকান কৰি আদানীক গতালে বিমানবন্দৰ : ৰাহুল গান্ধী

প্ৰধানমন্ত্ৰী মোদীয়ে নিটি আয়োগৰ আপত্তি আওকান কৰি আদানীক গতালে বিমানবন্দৰ : ৰাহুল গান্ধী

১২ বছৰীয়া পুৰণি গোচৰত ছমাহৰ কাৰাদণ্ড কংগ্ৰেছী বিধায়কক

১২ বছৰীয়া পুৰণি গোচৰত ছমাহৰ কাৰাদণ্ড কংগ্ৰেছী বিধায়কক

‘অভিযুক্তৰ সতীত্ব পৰীক্ষা কৰাটো অসাংবিধানিক’, দিল্লী উচ্চ ন্যায়ালয়

‘অভিযুক্তৰ সতীত্ব পৰীক্ষা কৰাটো অসাংবিধানিক’, দিল্লী উচ্চ ন্যায়ালয়

২০২৪ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪০০ দিন! প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক কি গুৰুমন্ত্ৰ দিলে?

২০২৪ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪০০ দিন! প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক কি গুৰুমন্ত্ৰ দিলে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd