• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন বিষয়া আৰু চোৰাং কাঠ বেপাৰীৰ মিতিৰালী! চাপৰত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ চোৰাং কাঠ

তিলক চন্দ্ৰ প্ৰসাদ,চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ,চাপৰ
June 16, 2022 8:35 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১২ জুনত চাপৰ আৰক্ষীয়ে আই ভেলী বন সংমণ্ডলৰ ( ধুবুৰী জিলা) বহলপুৰ বনাঞ্চলৰ অন্তৰ্গত চাপৰৰ ৰৌমাৰীৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰাৰ পিছত শেহতীয়াকৈ চাপৰ থানাৰ অন্তৰ্গত ফলিমাৰীৰ পাহাৰতলী গাঁৱৰ হাৰেজ আলী নামৰ কাঠৰ বেপাৰী এজনৰ ঘৰৰ পৰা শাল, চেগুন আদিকে ধৰি বহু মূল্যবান চোৰাং কাঠ জব্দ কৰে।

উল্লেখযোগ্য যে বহলপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত একাংশ বিষয়া-কৰ্মচাৰীৰ সৈতে চাপৰৰ চোৰাং কাঠৰ বেপাৰীসকলৰ লগত গোপন বুজা বুজি থকা বুলি ৰাজহুৱা অভিযোগ উত্থাপন হৈছে। পৰিণতিত চোৰাং কাঠৰ ব্যৱসায়ী সকলে কোনো বাধা নোহোৱাকৈ ব্যৱসায় অবাধ ভাৱে চলাই আছে ।

Apply Now

চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতিয়ে ফলিমাৰীৰ পাহাৰতলিৰ হাৰেজ আলীয়ে নিজৰ ঘৰত চোৰাং কাঠ মজুত কৰি ৰখাৰ খবৰ লাভ কৰি চাপৰ থানাৰ উপ – পৰিদৰ্শকদ্বয় দ্বিজেন্দ্ৰ মেধি আৰু ঘণকান্ত দেউৰীৰ নেতৃত্বত আৰক্ষীৰ দল এটাক যোৱা নিশা প্ৰায় ১১ বজাত ফলিমাৰিলৈ প্ৰেৰণ কৰে। অভিযানকাৰী আৰক্ষীৰ দলটোৱে কাঠ বেপাৰী হাৰেজ আলীৰ ঘৰত অভিযান চলাই শাল, চেগুন আদিকে ধৰি বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে। কাঠখিনি জব্দ কৰি আৰক্ষীৰ দলটোৱে বহলপুৰৰ কৰ্তব্যৰত ৰেঞ্জাৰ আৰু ফৰেষ্টাৰক মোবাইল ফোনযোগে যোগাযোগৰ চেষ্টা চলাই বিফল হয়।

শেষত আৰক্ষীৰ দলটোৱে বহলপুৰত থকা বন বিভাগৰ কাৰ্য্যালয়ত উপস্থিত হৈ বন বিভাগৰ বিষয়া -কৰ্মচাৰীৰ দলটোক ঘটনাস্থলীলৈ গৈ জব্দকৃত চোৰাং কাঠখিনি চমজাই দিয়ে বুলি জানিব পৰা গৈছে। কিন্তু আৰক্ষীৰ দলটো থানালৈ অহাৰ পিছত বন বিষয়া – কৰ্মচাৰীৰ দলটোৱে আৰক্ষীয়ে জব্দ কৰা কাঠৰ এক চতুৰ্থাংশ উদ্ধাৰ কৰি এখন ট্ৰেক্টৰেৰে বহলপুৰত থকা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ নিয়াৰ বিপৰীতে জব্দকৃত অধিকাংশ কাঠ ঘটনাস্থলীতে এৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

এই সন্দৰ্ভত চাপৰ আৰক্ষীৰ হাতত জব্দকৃত সম্পূৰ্ণ চোৰাং কাঠৰ ভিডিঅ’ ফুটেজ আৰু ফটো মজুত আছে বুলি আৰক্ষীৰ সূত্ৰ এটাৰ পৰা জনা গৈছে। স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজে এই ঘটনা সন্দৰ্ভত এক উচ্চ পৰ্য্যায়ৰ তদন্ত কৰিবলৈ বাবে ধুবুৰী জিলাৰ উপায়ুক্তৰ লগতে আই ভেলী বন সংমণ্ডলৰ ডি এফ অ’ ক আহ্বান জনাইছে।

তিলক চন্দ্ৰ প্ৰসাদ,চাপৰ

তিলক চন্দ্ৰ প্ৰসাদ,চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd