• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৫০০ কোটি টকাৰ প্ৰৱঞ্চনাৰ অভিযোগ! অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক চমন দিল্লী আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 7, 2024 9:57 am
অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী। ফাইল ফটোঃ সংগ্ৰহীত।

অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী। ফাইল ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ আকস্মিক মৃত্যুত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে জেললৈ যাবলগীয়া হৈছিল। কিন্তু তাৰপিছতো তেওঁৰ জনপ্ৰিয়তা কমি যোৱা নাই।

পুনৰ নিজৰ কৰ্মক্ষেত্ৰলৈ উভতি আহিছে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী। ইতিমধ্যে তেওঁৰ প’ডকাষ্টৰ কেইবাটাও ভিডিঅ’ নেটত ভাইৰেল হৈ পৰিছে। কিন্তু কৰ্মস্থলীলৈ ঘূৰি অহাৰ পিছত পুনৰ বিপদত পৰিছে অভিনেত্ৰীগৰাকী।

প্ৰৱঞ্চনাৰ অভিযোগত দিল্লী আৰক্ষীয়ে ৰিয়াক চমন জাৰি কৰিছে। এটা এপৰ পৰাই মূলতঃ সমস্যাটো আৰম্ভ হৈছে। অভিযোগ কৰা হৈছে যে সেই এপটো ব্যৱহাৰ কৰি গ্ৰাহকে মুঠ ৫০০ কোটি টকা হেৰুৱাইছে।

Apply Now

লগতে পঢ়কঃ হঠাৎ হৃদৰোগত আক্ৰান্ত! কমেও ৩০ জন যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰি মৃত্যুৰ কোলাত ঢলি পৰিল বাছ চালক

আচলতে ৰিয়া সেই এপটোৰ প্ৰধান মুখ। ছচিয়েল মিডিয়াতো তেওঁ এই এপটোৰ প্ৰচাৰ কৰে। সেই ধন বিনিয়োগ এপৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে কোটি কোটি টকা হেৰুৱাইছে। এই অভিযোগত দিল্লী আৰক্ষীয়ে ৰিয়াক চমন কৰিছে।

কিন্তু এইবাৰ তেওঁ অকলশৰীয়া নহয়। লগতে জনপ্ৰিয় কমেডিয়ান ভাৰতী সিং, জনপ্ৰিয় ছ’চিয়েল মিডিয়া ফেচ এলভিছ যাদৱো বিপদত পৰিছে। মুম্বাইৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি তেওঁলোককো আৰক্ষীয়ে জেৰা কৰিব। অসংখ্য ব্যৱহাৰকাৰীৰ অভিযোগ লাভ কৰাৰ পিছত দিল্লী আৰক্ষীৰ এই পদক্ষেপ।

জনা যায় যে প্ৰথমে এই এপটোত বিনিয়োগ কৰে তেন্তে ব্যৱহাৰকাৰীয়ে কেইবাগুণো অধিক ধন ঘূৰাই পাব। কিন্তু সেয়া নহ’ল। বৰঞ্চ কোটি কোটি টকা ব্যৱহাৰকাৰীয়ে হেৰুৱাইছে।

লগতে পঢ়কঃদুৰ্দান্ত বলিং, সাৱলীল বেটিঙেৰে প্ৰথমখন টি-২০ মেচত বাংলাদেশক ৭ উইকেটত হৰুৱালে ভাৰতে

এই এপটো প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছিল চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত। তেতিয়াৰ পৰাই ই নেটৰ জৰিয়তে বিপুল প্ৰভাৱ বিয়পাইছে। এইবাৰ এই এপটোৰ প্ৰৱঞ্চনাৰ জালতে জড়িত হৈ পৰিল তাৰকাকেইগৰাকী। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd