• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীৰ বিদ্যালয়ত ভুৱা বোমাৰ ভাবুকি স্কুলীয়া ছাত্ৰৰ; স্তম্ভিত তদন্তকাৰী দল

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 14, 2024 1:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ বিদ্যালয়ত ভুৱা বোমাৰ ভাবুকিৰ তদন্ত কৰি থকা অৱস্থাত আৰক্ষীয়ে চাঞ্চল্যকৰ তথ্য লাভ কৰে। যি ই-মেইল আইডিৰ পৰা ভাবুকি প্ৰেৰণ কৰা হৈছিল, সেই ই-মেইল আইডিটো ভালদৰে পৰীক্ষা কৰি আৰক্ষীয়ে এগৰাকী বিদ্যালয়ৰ ছাত্ৰৰ সন্ধান পায়। জানিব পৰা মতে তেওঁ দিল্লীৰ আৰ কে পুৰম স্কুলৰ ছাত্ৰ। ইমেইলটোত তেওঁৰ বিদ্যালয় ভৱনটো উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছিল। ছাত্ৰজনৰ এই কাণ্ডত তদন্তকাৰীসকলো স্তম্ভিত হৈ পৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি ছাত্ৰজনে কেৱল ধেমালিৰ চলেৰে নিজৰ বিদ্যালয় ভৱনটো উৰুৱাই দিয়াৰ ভাবুকি দিছিল। আই পি ঠিকনা ট্ৰেচ কৰি তেওঁৰ ঘৰত উপস্থিত হয় আৰক্ষী। আৰক্ষীৰ জেৰাৰ সময়ত তেওঁ ই-মেইল প্ৰেৰণ কৰা বুলি স্বীকাৰ কৰে।

Apply Now

জনা গৈছে যে সেই ছাত্ৰজনৰ কাউন্সেলিং আৰম্ভ হৈছে। ধেমালিৰ চলেৰে তেওঁ কিয় এনে মাৰাত্মক ঘটনা সংঘটিত কৰিলে সেয়া জানিবলৈ চেষ্টা কৰিছে আৰক্ষীয়ে। তদন্তকাৰীয়ে তেওঁক কিহে প্ৰেৰণা দিলে, কিয় এনে চিন্তা তেওঁৰ মনলৈ আহিল, সেই বিষয়েও অন্বেষণ কৰিছে। সদ্যহতে ল’ৰাটোক পিতৃ-মাতৃৰ ওচৰলৈ ঘূৰাই পঠোৱা হৈছে। অৱশ্যে মনোবিজ্ঞানীসকলে পৰিয়ালটোক শিশুটিৰ ওপৰত অধিক দৃষ্টি ৰাখিবলৈ পৰামৰ্শ দিছে।

কিন্তু আৰক্ষীৰ সূত্ৰ অনুসৰি দিল্লীৰ কেইবাখনো বিদ্যালয়ত বাৰে বাৰে ভুৱা বিস্ফোৰণৰ ভাবুকিৰ লগত এই ছাত্ৰজনৰ কোনো সম্পৰ্ক নাই। এই ছাত্ৰজনে কেৱল নিজৰ স্কুল আৰ কে পুৰমলৈ এটা ভাবুকিপূৰ্ণ ই-মেইল প্ৰেৰণ কৰিছিল।

বিগত এসপ্তাহত দিল্লীৰ ৪৭খন বিদ্যালয়ত ভুৱা বোমাৰ ভাবুকিৰ বাৰ্তাক লৈ হুলস্থুলৰ সৃষ্টি হৈছে। দুদিনৰ মূৰে মূৰে এনে বিস্ফোৰণৰ ভাবুকিৰ বাবে অভিভাৱকসকলে নিজৰ সন্তানক বিদ্যালয়লৈ পঠিয়াবলৈ শংকিত হৈছে।

অৱশ্যে আৰক্ষীৰ সূত্ৰ অনুসৰি সকলো মেইল ​​ভুৱা। সংবাদ মাধ্যমত বা সহপাঠীৰ পৰা এই ভাবুকিৰ কথা শুনি ছাত্ৰজনে হয়তো ধেমালি হিচাপে নিজৰ বিদ্যালয়লৈ বিস্ফোৰণৰ বিষয়ে ই-মেইল প্ৰেৰণ কৰিছিল। তদন্তকাৰীসকলে তেনে অনুমানকে কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm
২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm
প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

September 24, 2026 4:43 pm
বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

September 24, 2026 3:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm
২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd