• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষীৰ পোছাকযোৰে নাগৰিকক আক্ৰমণৰ লাইচেন্স নিদিয়েঃ এলাহাবাদ উচ্চ ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 28, 2025 7:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এলাহাবাদ উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান দিছে যে আৰক্ষী বিষয়াই নিজৰ ইউনিফৰ্মৰ ব্যৱহাৰ কৰি নিৰীহ লোকৰ ক্ষতি কৰিব নোৱাৰে। উল্লেখ্য যে ২০২২ চনৰ জুন মাহত কান্নাউজৰ এখন আৰক্ষী আউটপোষ্টত এজন চিকিৎসক আৰু তেওঁৰ বন্ধু-বান্ধৱীক নিৰ্যাতন, আক্ৰমণ আৰু অবৈধভাৱে আটক কৰাৰ অভিযোগত উত্তৰ প্ৰদেশৰ চাৰিজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ ৰাজ বীৰ সিঙৰ নেতৃত্বত গঠিত আদালতে কয় যে এনে কাৰ্য্য আৰক্ষী বিষয়াজনৰ চৰকাৰী কৰ্তব্যৰ অংশ নহয় আৰু আইনী ব্যৱস্থাৰ সন্মুখীন হ’বলৈ চি আৰ পি চিৰ ১৯৭ ধাৰাত চৰকাৰী অনুমতিৰ প্ৰয়োজন নাই।

বিশেষ অপাৰেচন গ্ৰুপৰ অংশ হিচাপে থকা অভিযুক্ত বিষয়াসকলৰ বাহনৰ সৈতে ভুলবশতঃ চিকিৎসকগৰাকীৰ গাড়ীৰ সংঘৰ্ষত লিপ্ত হয়। অভিযোগ অনুসৰি বিষয়াসকলে চিকিৎসকজনৰ গাড়ীখন ৰখাই তেওঁক আৰু তেওঁৰ সংগীসকলক আক্ৰমণ কৰাৰ লগতে তেওঁৰ ফোনটোৰ ক্ষতিসাধন কৰে আৰু তেওঁৰ সোণৰ চেইন আৰু নগদ ধন ৰাখি থয় আৰক্ষীৰ চেকপইণ্টত এঘণ্টাৰো অধিক সময় ৰাখিছিল।

Apply Now

ইফালে বিষয়াসকলে দাবী কৰিছিল যে তেওঁলোক টহল দি আছে আৰু গোচৰ চলাবলৈ চৰকাৰী অনুমোদনৰ প্ৰয়োজন, কিন্তু আদালতে তেওঁলোকৰ কাৰ্য্য আৰু চৰকাৰী কৰ্তব্যৰ মাজত কোনো সম্পৰ্ক বিচাৰি নাপালে। আদালতে চিকিৎসকগৰাকীৰ এই গোচৰটো বাতিল কৰিবলৈ কৰ্তৃপক্ষই কৰা আবেদন নাকচ কৰে।

আদালতৰ এই সিদ্ধান্তই এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে যে আৰক্ষী বিষয়াসকলে আইনৰ পৰিসৰৰ ভিতৰত কাম কৰিব লাগিব আৰু নিজৰ কৰ্তৃত্বৰ অপব্যৱহাৰ কৰিব নালাগে। আদালতে জোৰ দি কয় যে ইউনিফৰ্ম পৰিধান কৰিলে বিষয়াসকলে নাগৰিকক আক্ৰমণ বা লুটপাত কৰাৰ অধিকাৰ নাপায়। ১৯৭ নং ধাৰা চি আৰ পি চিৰ অধীনত পূৰ্বৰ অনুমোদনৰ প্ৰয়োজনীয়তাক বাদ দি আদালতে নিশ্চিত কৰিলে যে বিষয়াসকলে তেওঁলোকৰ কাৰ্য্যৰ বাবে বিচাৰৰ সন্মুখীন হ’ব লাগিব।

এই সিদ্ধান্তক আৰক্ষীক জবাবদিহি কৰাৰ লগতে অবৈধ আৰক্ষীৰ আচৰণৰ পৰা নাগৰিকক সুৰক্ষা দিয়াৰ এক পদক্ষেপ হিচাপে পৰিগণিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd