• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Gerard Pique and Shakira separation: এক দশকজোৰা সম্পৰ্কৰ সমাপ্তি; স্পেনিছ ফুটবলাৰৰ সৈতে বিচ্ছেদ পপ তাৰকা শাকিৰাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 5, 2022 8:12 am
72
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক দশকতকৈও অধিক সময়ৰ পিছত সম্পৰ্কৰ সমাপ্তি ঘটিবলৈ আগবাঢ়িছে বিশ্বৰ ক্ৰীড়া-সংগীত জগতৰ যুগলবন্দী জনপ্ৰিয় দম্পতীৰ। স্পেনিছ ফুটবলাৰ জেৰাৰ্ড পিক আৰু জনপ্ৰিয় পপ তাৰকা শাকিৰাৰ বিচ্ছেদৰ খবৰে অনুৰাগীসকলক হতাশ কৰিছে। অৱশ্যে, পিক-শাকিৰাই তেওঁলোকৰ নিজৰ আৰু তেওঁলোকৰ সন্তানৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰিয়েই ইজনে সিজনৰ পৰা পৃথক হোৱাৰ সিদ্ধান্তত অটল আছে। জনপ্ৰিয় দম্পতীয়ে তেওঁলোকৰ ১১ বছৰীয়া লিভ-ইন সম্পৰ্কত ইতি টানিছে।

কলম্বিয়ান পপ তাৰকা শাকিৰা ২০১০ চনৰ পৰা বাৰ্চিলোনাৰ ডিফেণ্ডাৰ জেৰাৰ্ড পিকৰ সৈতে লিভ-ইন সম্পৰ্কত আছে। তেওঁলোকৰ দুটা সন্তানো আছে। তেওঁলোক দুয়ো নিজ নিজ ক্ষেত্ৰত সুপ্ৰতিষ্ঠিত হোৱাৰ লগতে অতি জনপ্ৰিয়।

Apply Now

২০১০ চনৰ দক্ষিণ আফ্ৰিকা ক্ৰিকেট বিশ্বকাপত শাকিৰাই গোৱা ‘ৱাকা ৱাকা’ গানটোৱে বিশ্বজুৰি ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল। এতিয়াও ফুটবল জগতত গানটোৱে খেলুৱৈসকলক উদ্বুদ্ধ কৰি তোলে। ফুটবলৰ পৃথিৱীত পিকৰ শক্তিশালী প্ৰতিৰক্ষাৰ বিষয়ে সকলোৱে জানে। অৱশ্যে, জেৰাৰ্ড পিকে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কটোহে  ‘ডিফেণ্ড’ কৰিব নোৱাৰিলে!

বাতৰি অনুসৰি, শেহতীয়াকৈ তেওঁলোকে পৃথকে বাস কৰি আছিল। মে মাহত শাকিৰাই তেওঁৰ দুই সন্তানৰ সৈতে অকলে ভ্ৰমণলৈ গৈছিল। স্পেইনত তেওঁৰ বিৰুদ্ধে কৰ ফাঁকি দিয়াৰ অভিযোগো আছিল। অনুমান কৰা হৈছিল যে শাকিৰা এই গোচৰটোত চাপৰ সন্মুখীন হ’ব পাৰে। অৱশ্যে তাৰ পূৰ্বে পপ গায়িকাগৰাকীয়ে তেওঁৰ সংগী পিকৰ সৈতে বিবাহ বিচ্ছেদ ঘটালে।

বাতৰি ওলাইছে যে এগৰাকী মহিলাই দুয়োৰে সম্পৰ্কৰ মাজত বিচ্ছেদৰ প্ৰাচীৰ গঢ়ি তুলিছে। কিন্তু ইয়াৰ সত্যতা এতিয়াও স্পষ্ট হোৱা নাই। বিশেষকৈ তেওঁলোকেও মুখ খোলা নাই।  

তেওঁলোক দুয়োজনে আনুষ্ঠানিকভাৱে এক বিবৃতিত কয়, “আমি বিচ্ছেদৰ কথা ঘোষণা কৰিছো। আমাৰ বাবে সন্তানৰ ভৱিষ্যত সকলোৰে আগত আৰু তেওঁলোকৰ মুখলৈ চায়েই এই সিদ্ধান্ত লেছে। আমি আমাৰ গোপনীয়তা অটুট ৰাখিব বিচাৰো। আশা কৰো আপোনালোকসকলোৱে আমাৰ সৈতে আছে।” 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd