• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল প্ৰদেশৰ নামচাই জিলাত পপী ফুলৰ খেতি নিষিদ্ধ ঘোষণা প্ৰশাসনৰ

NE NOW NEWS মানস প্ৰতিম গগৈ
মার্ঘেৰিটা , August 20, 2018 9:01 am

1 min read

পপী ফুলৰ খেতি
227
VIEWS
Share on FacebookShare on Twitter

এন এছ চি এন (কে) ৰ নেতৃত্বত অৰুণাচল প্ৰদেশৰ কেইবাখনো জিলাত মাৰাত্মক ড্ৰাগছ কানি প্ৰস্ততৰ বাবে কৰা পপী ফুলৰ খেতিৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অৰুণাচল প্ৰদেশৰ চৰকাৰ।

অৰুণাচল প্ৰদেশৰ নামচাই জিলা প্ৰশাসনে শেহতীয়াকৈ পপী ফুলৰ খেতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নামচাই জিলাৰ অতিৰিক্ত সহকাৰী আয়ুক্তই জাৰি কৰা এক নিৰ্দেশ যোগে নামচাই জিলাৰ চৌখম প্ৰশাসনিক চক্ৰৰ অন্তৰ্গত অঞ্চলত পপী ফুলৰ খেতি নিষিদ্ধ ঘোষণা কৰিছে।

উক্ত নিৰ্দেশটোত কোবা হৈছে যে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক পপী ফুলৰ পৰা প্ৰস্তত কৰা কানি সেৱনৰ ফলত জিলাখনত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই পপীফুলৰ খেতি নিষিদ্ধ ঘোষণা কৰা হৈছে।

আনহাতে, এই নিৰ্দেশ ভংগ কৰা সকলৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও নিৰ্দেশনাটোত উল্লেখ কৰিছে।

উল্লেখযোগ্য যে পপী ফুলৰ খেতি কৰি নিষিদ্ধ ড্ৰাগছ কানি প্ৰস্তুত কৰাৰ বাবে দীৰ্ঘদিনৰ পৰা অৰুণাচল প্ৰদেশত একাংশ লোকে প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে উগ্ৰপন্থী গোটেও এই নিষিদ্ধ দ্ৰব্যৰ জৰিয়তে ব্যৱসায় কৰি ধন ঘটাৰ কামত সহযোগ কৰাৰ তথ্যত ৰাজ্যখনৰ প্ৰশাসন উদ্বিগ্ন হৈ পৰিছে।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd