• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজন্ম শিল্পী তথা তোৰণ সম্ৰাট সিমেন দাসৰ অকাল বিয়োগ; ম্ৰিয়মান গোলাঘাটৰ শিল্পী সমাজ

মীনাক্ষী ফুকন, গোলাঘাট  by মীনাক্ষী ফুকন, গোলাঘাট
November 21, 2021 12:58 pm
Artist Simen Das
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“মৃত্যু চিৰন্তন সত্য যদিও এই মৃত্যু অসহনীয়, অবিশ্বাস্য।” গোলাঘাটৰ বিশিষ্ট চিত্ৰশিল্পী, সাংস্কৃতিক কৰ্মী তথা তোৰণ সম্ৰাট হিমেন দাসৰ অকাল মৃত্যু ঘটিছে। শনিবাৰে বিয়লি ২.৩৫ বজাত সকলোকে কন্দুৱাই অনন্তধামলৈ গতি কৰিলে এইজনা সৰলমনা আজন্ম শিল্পীয়ে।

 যোৱা ৩০ অক্টোবৰত গোলাঘাটৰ কমাৰবন্ধাত এক দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা শিল্পীজনক যোৰহাটৰ মেডিকেল কলেজ হাস্পাতালত ভৰ্ত্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছিল।

 শনিবাৰে আকস্মিকভাৱে চিকিৎসাধীন অৱস্থাতেই শিল্পীজনে সকলোকে কন্দুৱাই এই সংসাৰ ত্যাগ কৰে।

Apply Now

গোলাঘাটৰ লগতে অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত দাস এজন সুদক্ষ তবলাবাদক আছিল। লগতে তেওঁৰ হাতৰ পৰশত প্ৰাণ উঠিছিল অসমৰ বিভিন্ন অনুষ্ঠানৰ তোৰণ। তেওঁৰ হাতত প্ৰাণ পোৱা বিভিন্ন আৰ্হিৰ তোৰণ বহু সময়ত বিশেষভাৱে সমাদৃত হৈ আহিছে।

Also Read: Telengana CM K Chandrashekar Rao চাপত কেন্দ্ৰ! আন্দোলনত মৃত্যু হোৱা ৭৫০ জন কৃষকৰ পৰিয়াললৈ তেলেংগানা চৰকাৰৰ ৩লাখ টকাৰ অনুদান

ইয়াৰ লগতে তেওঁ এজন সফল চিত্ৰকৰ হিচাপেও খ্যাতি লাভ কৰিছিল। সমান্তৰালকৈ গোলাঘাটৰ সাংস্কৃতিক ক্ষেত্ৰখনক আগবঢ়াই নিয়াত তেওঁৰ অৱদান সদায় স্মৰণীয়।

উল্লেখযোগ্য যে প্ৰয়াত দাস সুধাকন্ঠ ড: ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ লগতো তবলা সংগত কৰিছিল। পিছত জয়ন্ত হাজৰিকাৰ দ্বাৰা গঠন হোৱা সুৰবাহিনীতো দাসে সক্ৰিয়ভাৱে অংশ লৈছিল।

তেওঁৰৰ সৃষ্টিশীল কৰ্মৰাজিৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে বিশেষভাৱে সম্বৰ্দ্ধিত আৰু পুৰস্কৃত কৰিছিল। শনিবাৰে তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ গোলাঘাটত শোকৰ ছাঁ পৰে।

Also Read: Covid-19 Update দেশত সামান্য বৃদ্ধি পালে কৰ’নাৰ দৈনিক সংক্ৰমণৰ লগতে মৃত্যুৰ সংখ্যা

শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হোৱা আজন্ম শিল্পী জনৰ দেওবাৰে গোলাঘাটত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। গোলাঘাটৰ আপোন শিল্পী গৰাকীক গোলাঘাটৰ এমেচাৰ থিয়েটাৰ চ’ছাইটিৰ প্ৰাংগণত বিভিন্ন দল-সংগঠন আৰু অসংখ্য গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

১৯৬৫ চনত জন্মগ্ৰহণ কৰা দাসে মৃত্যুৰ সময়ত পত্নী আৰু দুগৰাকী কন্যাক এই সংসাৰত এৰি থৈ গৈছে। দাসৰ এই মৃত্যু এক অপূৰণীয় ক্ষতি অসমবাসীৰ বাবে।

মীনাক্ষী ফুকন, গোলাঘাট

মীনাক্ষী ফুকন, গোলাঘাট

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd