• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ৰনাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে দুখনকৈ চুটি ছবি নিৰ্মাণ পৰিচালক মঙ্গল নায়কৰ

ভার্গব হাজৰিকা by ভার্গব হাজৰিকা
April 18, 2020 11:59 am
VideoCapture_20200418-002035

মঙ্গল নায়কৰ চুটি ছবিৰ এটি মুহূৰ্ত। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰাত্মক ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যৰো জিলা সমূহক কেইবাটাও স্তৰত বিভক্ত কৰা হৈছে যদিও ৰাজ্যৰ একাংশ গ্ৰাম্যাঞ্চল তথা চাহ বাগিছা অধ্যুষিত অঞ্চলত এতিয়াও মহামাৰী বিধৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত পিছ পৰি থকা দেখা পোৱা গৈছে।

এই গুৰুত্বপূৰ্ণ সমস্যাৰ সন্দৰ্ভত চাহ বাগিছা অঞ্চলৰ ৰাইজৰ মাজত ক’ৰনা নামৰ মহামাৰী বিধৰ সংক্ৰমণৰ বিৰুদ্ধে সজাগতা তথা সতৰ্কতা সৃষ্টিৰ প্ৰয়াস কৰি নগাঁও জিলাৰ চাপানালাৰ এজন সংস্কৃতিবান লোকে গ্ৰহণ কৰিছে এটি বিশেষ পদক্ষেপ।

Apply Now

ব্যক্তি জন হ’ল চাহ বাগিছা অঞ্চলৰ তথা অসমৰ এজন জনপ্ৰিয় অভিনেতা, পৰিচালক তথা চিত্ৰনাট্যকাৰ মঙ্গল নায়ক।

মঙ্গল নায়কে কেৱল পকেটৰ ম’বাইলটোৰে নিজৰ ঘৰতে দৃশ্য গ্ৰহণ কৰি চাহ বাগিছা অঞ্চলৰ ৰাইজে সহজে বুজিব পৰাকৈ নিৰ্মাণ কৰি উলিয়াইছে দুখনকৈ চুটি কথাছবি।

নায়কে নিজে চিত্ৰনাট্য তথা পৰিচালনা কৰা চুটি ছবি দুখনত বিভিন্ন চৰিত্ৰত তেওঁৰে পত্নী,পুত্ৰ আৰু জীয়াৰীয়ে অভিনয় কৰিছে।

চুটি ছবি দুখনত ৰাইজৰ মাজত ভয়াবহ ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে কি ধৰণৰে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় আৰু লক্ ডাউনৰ সময়ত কেনেকৈ দৰিদ্ৰ দিন হাজিৰা লোকক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী প্ৰদান কৰি সহায়ৰ হাত আগবঢ়াব পৰা যায় সেই বিষয় দুটাৰ ওপৰত প্ৰধানকৈ গুৰুত্ব প্ৰদান কৰা দেখা গৈছে।

ইফালে মঙ্গল নায়কে চুটি ছবি দুখন ছচিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ কৰাত সম্প্ৰতি যথেষ্ট সমাদৰ লাভ কৰাৰ লগতে সজাগতাৰ দিশত চাহ বাগিছা অধ্যুষিত অঞ্চল সমূহত প্ৰভাৱিত কৰিছে বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমক।

অৱশ্যে এই দুখন চুটি ছবি সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰি ৰাজ্যৰ সকলো চাহ বাগিছা অঞ্চলৰ ৰাইজৰ মাজত ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত এক সময়োপযোগী প্ৰয়াস কৰিবৰ বাবে আহ্বান জনাইছে পৰিচালক মঙ্গল নায়কে।

Tags: COVID-19
ভার্গব হাজৰিকা

ভার্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd