DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

তেলেগু ছবিৰ জনপ্ৰিয় অভিনেতা জয়প্ৰকাশ ৰেড্ডীৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
September 8, 2020 12:35 pm
267
VIEWS
Share on FacebookShare on Twitter

দেশৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ পৰা আহিছে আন এটা বেয়া খবৰ। তেলেগু চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা জয়প্ৰকাশ ৰেড্ডীৰ আজি মৃত্যু হয়।

অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰস্থিত নিজ বাসগৃহত ৭৪ বছৰীয়া ৰেড্ডীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

তেলেগু চলচিত্ৰ উদ্যোগৰ মহান অভিনেতা জয়প্ৰকাশ ৰেড্ডীক মূলতঃ হাস্যকৰ চৰিত্ৰতহে অভিনয় কৰা পৰিলক্ষিত হৈছিল।

তেওঁ অভিনয় কৰা অন্তিমখন ছবি হৈছে চাৰিলেৰু নীকেভ্যাৰু।

জয়প্ৰকাশ ৰেড্ডীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে তেলেগু চলচিত্ৰ উদ্যোগ। জনপ্ৰিয় পৰিচালক অনিল ৰৱিপুড়িয়ে টুইটাৰত শোকপ্ৰকাশ কৰি কয়, ‍‘এগৰাকী শিল্পী আৰু ব্যক্তি হিচাপে তেওঁৰ স্থান কোনেও দখল কৰিব নোৱাৰে’।

তেওঁ লগতে কয়, ‍‘মোৰ প্ৰায়বোৰ ছবিতে তেওঁ অভিনয় কৰিছিল। তেওঁ মোক নিজৰ দৰে ব্যৱহাৰ কৰিছিল আৰু যথেষ্ট মৰম কৰিছিল। তেওঁৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিম। সুখত থাকক’।

বলিষ্ঠ অভিনয়ৰ বাবে ব্যাপক খ্যাতি অৰ্জন কৰা জয়প্ৰকাশৰ কেইখনমান জনপ্ৰিয় ছবি হৈছে প্ৰেমিনচুকুন্দম ৰা, গব্বৰ সিং, চিথায়্যা আৰু টেম্পাৰ।

Recent News

Siddique Kappan

অৱশেষত কাৰামুক্ত হ’ল ছিদ্দিক কাপ্পান: মুকলি আকাশৰ তললৈ আহিয়ে দিলে যুঁজ অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি

মাতৃ হিচাপে মই গৌৰান্বিত : ছোনিয়া গান্ধীয়ে কাক ক’লে এই কথা ?

মাতৃ হিচাপে মই গৌৰান্বিত : ছোনিয়া গান্ধীয়ে কাক ক’লে এই কথা ?

বাজেট : এম এনৰেগাৰ পৰা ৩০ শতাংশ ধন কৰ্তন কৰিলে কেন্দ্ৰই

বাজেট : এম এনৰেগাৰ পৰা ৩০ শতাংশ ধন কৰ্তন কৰিলে কেন্দ্ৰই

ব্ৰিটেইনৰ পিছত এইবাৰ আমেৰিকা : পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব পাৰে ভাৰতীয় মূলৰ মহিলা

ব্ৰিটেইনৰ পিছত এইবাৰ আমেৰিকা : পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব পাৰে ভাৰতীয় মূলৰ মহিলা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd