DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দুই সন্তানৰ জীৱন ৰক্ষাৰ্থে ‘Z+’ নিৰাপত্তাৰক্ষীৰ ৰূপত দুই কেটেলাপহু: সামাজিক মাধ্যমত আবেগৰ জোৱাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 21, 2023 6:54 pm
Porcupines viral video
165
VIEWS
Share on FacebookShare on Twitter

মনোৰঞ্জনৰ মাধ্যম হিচাপে সাম্প্ৰতিক সময়ত সামাজিক মাধ্যমৰ এক বিশেষ ভূমিকা আছে। সামাজিক মাধ্যমত সময়ে সময়ে ভাইৰেল হৈ পৰা কিছু দৃশ্যই নেটিজেনক প্ৰায়ে মোহিত কৰি তোলে। এনে অন্তৰস্পৰ্শী দৃশ্যই আবেগিক কৰি তোলে নেটিজেনক।

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে তেনে এক ভিডিঅ’। ভিডিঅ’টোত দুই সন্তানক এটা বাঘৰ পৰা ৰক্ষা কৰিবলৈ দুটা কেটেলাপহুৱে নিৰাপত্তা বেহু গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে।

এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া সুপ্ৰিয়া সাহুৱে। টুইটাৰত আপলোড কৰা এই ক্লিপটোত দুটা কেটেলাপহুক দুটা পোৱালিসহ এটা পথেৰে গৈ থকা দেখিবলৈ পোৱা গৈছে।

কিছু মুহূৰ্তৰ পিছত এটা নাহৰফুটুকী বাঘ সেই স্থানলৈ আহি পোৱালি দুটাক ধৰিবলৈ চেষ্টা কৰে। কিন্তু কেটেলাপহু দুটাই বাঘটোৰ পৰা পোৱালি দুটাক ৰক্ষা কৰিবলৈ নিজকে ঢাল হিচাপে ব্যৱহাৰ কৰে।

নাহৰফুটুকীটোৱে পোৱালি দুটাৰ কাষ চাপিবলৈ চেষ্টা কৰে যদিও দুয়োটা কেটেলাপহুৱে নিজৰ দৈহিক সুৰক্ষা কৱচ স্বৰূপ গঠনৰ সহায়ত সুৰক্ষিত কৰি ৰাখে পোৱালি দুটাক।

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া সুপ্ৰিয়া সাহুৱে ভিডিঅ’টো প্ৰচাৰ কৰাৰ পাছতে কেইবা লক্ষ লোকে ভিডিঅ’টো দৰ্শন কৰে আৰু উচ্চ প্ৰশংসা কৰে।

পোৱালি দুটাৰ সুৰক্ষাৰ বাবে কেটেলাপহু দুটাই গঢ়ি তোলা নিৰাপত্তাৰ এই অভুতপূৰ্ব দৃশ্যত শিহৰিত হৈ উঠা নেটিজেনে ভিডিঅ’টোৰ তলত উপচাই প্ৰকাশ কৰিছে নিজৰ আবেগ।

চাওক ভিডিঅ’টো:

Porcupine parents provide Z class security to their baby from a leopard,fighting valiantly & thwarting all attempts of the leopard to even touch their baby. Most incredible ❤️ By the way a baby porcupine is called ‘porcupette’. Video- unknown shared on SM pic.twitter.com/wUdVb3RTs7

— Supriya Sahu IAS (@supriyasahuias) January 20, 2023

Recent News

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Hath se Hath Jodo campaign

ভাৰত জোড়ো যাত্ৰাই দিছে মনোবল! এইবাৰ দেশজোৰা ‘হাথ ছে হাত জোড়ো’ অভিযান কংগ্ৰেছৰ

Bindaas Mudasir Ahmed Sheikh

শৌৰ্য চক্ৰৰে সন্মানিত শ্বহীদ ‘বিন্দাছ’: কোন এই ‘বিন্দাছ’ মুদাছিৰ আহমেদ শ্বেখ!

India invites Pak foreign minister

উদ্দেশ্য SCO বৈঠক: ১২ বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd