DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিক লৈ বিকৃত সংবাদ পৰিবেশন; অনুমতি নোহোৱাকৈ অসমত প্ৰৱেশ নিষিদ্ধ বিদেশী সাংবাদিকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 4, 2019 3:59 pm
MHA Banned foreign journalist

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1.9k
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক কেন্দ্ৰ কৰি গৃহ মন্ত্ৰ্যালয়ে অসমক স্পৰ্শকাতৰ অঞ্চল হিচাপে ঘোষণা কৰাৰ লগতে ৰাজ্যত বিদেশী সাংবাদিকৰ প্ৰবেশত বাধা আৰোপ কৰা হৈছে।

জানিব পৰা মতে, ৱায়াৰ এজেঞ্চি এছোচিয়েট প্ৰেছ (এ পি)ৰ এগৰাকী মহিলা সাংবাদিকক অলপতে অসম আৰক্ষীয়ে পহৰা দি পৰৱৰ্তী বিমানত দিল্লীলৈ উভতি যাবলৈ নিৰ্দেশ দিছিল।

জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূবৰ কেইখনমান ৰাজ্যত বাতৰি সংগ্ৰহৰ বাবে বিদেশী সাংবাদিকৰ প্ৰবেশ নিষিদ্ধ কৰি ৰখা হৈছে।

অসমৰ এন আৰ চি উন্নীতকৰণৰ বিষয়টো বিদেশী সংবাদগোষ্ঠীসমূহে বিকৃত ৰূপত উপস্থাপনক কেন্দ্ৰ কৰিয়ে গৃহ মন্ত্ৰ্যালয়ে বিদেশী সাংবাদিকক ৰাজ্যত প্ৰবেশত বাধা আৰোপ কৰিছে।

আনহাতে, যদিহে কোনো বিদেশী সাংবাদিকে সংবাদ সংগ্ৰহৰ বাবে অসমলৈ আহিব বিচাৰে তেন্তে তেওঁলোকে বৈদেশিক মন্ত্ৰ্যালয়ৰ অনুমতি ল’ব লাগিব।

তদুপৰি, বৈদেশিক মন্ত্ৰ্যালয়ৰ লগতে গৃহ বিভাগে অনুমতি দিলেহে অসমত বিদেশী সাংবাদিকে বাতৰি সংগ্ৰহৰ বাবে আহিব পাৰিব।

Recent News

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd