• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজহুৱা খণ্ডৰ বিদ্যুৎ বিতৰণ কোম্পানীক ব্যক্তিগতকৰণৰ তীব্ৰ বিৰোধিতা পাৱাৰ ৱ’কাৰ্চ ইউনিয়নৰ

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
October 3, 2020 6:44 pm
index.jpg
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংবাদ মাধ্যমলৈ দিয়া এটা প্ৰেছ বিবৃতিত আসাম ষ্টেট পাৱাৰ ৱ’কাৰ্চ ইউনিয়নৰ সভাপতি  ব্ৰজেন বৰি ,কাৰ্যকৰি সভাপতি লীলা চাংমাই  আৰু সাধাৰণ সম্পাদক  অমিত কৰে বৰ্তমান কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা খণ্ডৰ বিদ্যুৎ বিতৰণ  কোম্পানীসমূহ ব্যক্তিগতকৰণৰ যি ষড়যন্ত্ৰ কৰিছে তাৰ তীব্ৰ বিৰোধিতা কৰিছে।

অন্যহাতে নতুন শ্ৰমিক আইন গ্ৰহণ কৰি শ্ৰমিক প্ৰতাৰণা কৰা আৰু কৰ্তপক্ষসমূহক শ্ৰমিকক যিকানো সময়তে বিতাড়ণ কৰা সুযোগ সৃষ্টি কৰাৰো তীব্ৰ সমালোচনা কৰে নেতাত্ৰয়ে।

Apply Now

তদুপৰি অসম শক্তি বিতৰন কোম্পানী, অসম শক্তি উৎপাদন আৰু তিনিওটা কোম্পানীৰ উদ্ধৰ্তন কৰ্তৃপক্ষক কোম্পানীসমূহ ক্ৰমাৎ অন্ধকাৰৰ দিশলৈ গতি কৰাত ইউনিয়ণে কৰ্তৃপক্ষৰ অদক্ষ পৰিচালনাকেই দোষাৰোপ কৰে।

কাৰ্বিলাংপি জলবিদ্যুত প্ৰকল্পৰ ভূমিস্খলৰ ফলত প্ৰকল্পটোলৈ যি ভাবুকিৰ সৃষ্টি হৈছে তাৰ বাবে কৰ্তৃপক্ষই সময় মতে ব্যৱস্থা গ্ৰহণ নকৰা বুলি ইউনিয়ণে অভিযোগ কৰে। কৰ্তৃপক্ষই না দক্ষতাৰে কোম্পানী কেইটা পৰিচালনা কৰিব পাৰিছে না কৰ্মচাৰীসকলৰ মৌলিক সমস্যাসমুহ সমাধানত গুৰুত্ব দিছে  বুলিও অভিযোগ উত্থাপন কৰিছে নেতাত্ৰয়ে।

ওপৰ খাপৰ বিষয়াসকলৰ পদোন্নতি সঘনাই হৈ আছে যদিও তলখাপৰ কৰ্মচাৰীসকলৰ পদোন্নতিবোৰ নানান অজুহাতত বছৰ পিচত বছৰ ধৰি গাপ দি থোৱা হৈছে অভিযোগ কৰিছে বিবৃতিৰ যোগে।

বিচিএমআৰ-কে ধৰি ক্লাৰিকেল কৰ্মচাৰীৰসকলৰ পদোন্নতি দিবলৈ আৰু ওৱান টায়াৰ কৰিবলৈ সন্মতি প্ৰকাশ কৰা পিচতো কাৰ্যকৰী নকৰাকৈ পেলাই থোৱা হৈছে।

অসম শক্তি বিতৰণ কোম্পানীৰ ব্যক্তিগতকৰণৰ যিকোনো প্ৰচেষ্টা প্ৰতিহত কৰিবলৈ, নামৰূপ পৰিবৰ্ত প্ৰকল্প, কাৰ্বিলাংপী বিদ্যুৎ প্ৰকল্পৰ ওপতৰত সময়োচিত পদক্ষেপ লোৱাৰ দাবীত আৰু কৰ্মচাৰী সকলৰ পদোন্নতিকে ধৰি দীৰ্ঘদিনীয়া সমস্যসমূহ সমাধানৰ দাবীত পাৱাৰ ৱ’কাৰ্চ ইউনিয়নে অতিশীঘ্ৰে এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি প্ৰচাৰ সম্পাদক উৎপল শইকীয়া আৰু প্ৰচাৰৰ বিশেষ দ্বায়িত্বত থকা সহঃ সাধাৰণ  সম্পাদক  প্ৰনৱ খাটনিয়াৰে জানিবলৈ দিয়ে।

কাজী জেইদুল ইছলাম

কাজী জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd