• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম সচিবালয় সেৱা সন্থাৰ নিৰ্বাচন! সভাপতিৰ পদত প্ৰদীপ গগৈ; পাৰ্থ হাজৰিকা পুনৰ সা: সম্পাদক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 8, 2020 1:22 pm

1 min read

AssamSecretariat380
1.2k
VIEWS
Share on FacebookShare on Twitter

সচিবালয় সেৱা সন্থাৰ নিৰ্বাচনত সভাপতিৰ পদলৈ নিৰ্বাচিত হৈছে প্ৰদীপ গগৈ। পূৰ্বৰ সাধাৰণ সম্পাদক পাৰ্থ হাজৰিকা পুনৰ উক্ত পদলৈ নিৰ্বাচিত হয়।

অন্যান্য পদবোৰৰ ভিতৰত উপ-সভাপতি হিচাপে চন্দন কাকতী, কোষাধ্যক্ষ পদত চাহাবুদ্দিন আহমেদ, যুটীয়া সম্পাদকৰ পদত ক্ৰমে চন্দন শইকীয়া আৰু অঞ্জন বুজৰবৰুৱা নিৰ্বাচিত হৈছে। ৬ জানুৱাৰিত নিৰ্বাচনৰ ভোট গণনা হয়।

কাৰ্য্যনিৰ্বাহক পদলৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে ইতিপূৰ্বে নিৰ্বাচিত হৈছিল ককিল কৃষ্ণ মহন্ত, মণ্টিম মণি বড়া, স্বপ্নালী মহন, নিপন ডেকা, পল্লৱী বৈশ্য, প্ৰণৱজ্যোতি ভূঞা, ঘনাংক ভূঞা।

সচিবালয়ত কৰ্মৰত অসম চৰকাৰৰ বিষয়া-কৰ্মচাৰীৰ অধিকাৰ আৰু কল্যাণৰ ক্ষেত্ৰত সচিবালয় সেৱা সন্থাই গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে।

২০১৮ চনৰ জুলাই মাহত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই সচিবালয়ৰ এজন কৰ্মচাৰীক দুৰ্ব্যৱহাৰ আৰু নিলম্বন কৰাৰ পিছত সচিবালয় সেৱা সন্থাই এই অন্যায়ৰ প্ৰতিবাদ কৰি কৰ্মচাৰীজনৰ নিলম্বন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰিছিল।

সচিবালয় সেৱা সন্থাৰ হেঁচাত মুখ্য মন্ত্ৰীয়ে বিষয়টোত হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছিল আৰু নিলম্বিত প্ৰাথমিক শিক্ষা বিভাগৰ জ্যেষ্ঠ প্ৰশাসনিক সহায়ক চন্দন কাকতীৰ নিলম্বন প্ৰত্যাহাৰ কৰিছিল।

Recent News

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd