• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজৱ কাণ্ড! চৰকাৰী ৱেবচাইটত এতিয়াও প্ৰমীলাৰাণী ব্ৰহ্ম হৈ আছে সমাজ কল্যাণ মন্ত্ৰী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 21, 2021 5:20 pm
pra
342
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াৰ সপোন ধোঁৱাচাঙত তুলিলে অসমৰ এটা গুৰুত্বপূৰ্ণ বিভাগে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ আঢ়ৈ মাহ অতিক্ৰম কৰিবৰ হ’ল কিন্তু এতিয়াও সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী হৈ আছে প্ৰাক্তন বিপিএফ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম!

আপুনি যদি ইন্টাৰনেটত Social Welfare minister of Assam বুলি বিচাৰে, তেন্তে ওলাই পৰে প্ৰমীলা ৰাণী ব্ৰহ্মৰ নাম। চৰকাৰী ৱেবচাইট socialwelfare.assam.gov.in ত এতিয়াও প্ৰমীলা ৰাণী ব্ৰহ্ম হৈ আছে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী।

আমি এইখিনিতে পাঠকৰ জ্ঞাতাৰ্থে জনাওঁ যে বৰ্তমান অসমৰ সমাজকল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ। নেওগ বিত্ত মন্ত্ৰীৰ দায়িত্বতো আছে।

আনকি সমাজ কল্যাণ বিভাগৰ ৱেবচাইটৰ ইমানেই বিসংগতি যে ৰাজ্যৰ বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাই হৈ আছে সমাজ কল্যাণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব।

pro1

য’ত নেকি ২০২০ চনৰ অক্টোবৰ মাহতে ৰাজ্যৰ মুখ্য সচিব হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল জিষ্ণু বৰুৱাই।
ডিজিটেল ইণ্ডিয়াৰ পোষকতা কৰা বিজেপিৰ শাসন কালত ইয়াতকৈ আৰু লজ্জাজনক কথা কি হ’ব পাৰে?

ইপিনে, সমাজ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালকৰ দায়িত্বত আছে বিভাষ মোদী। কিন্তু বিভাগীয় ৱেবচাইটত এতিয়াও সঞ্চালকৰ দায়িত্বত জুৰি ফুকনক দেখুৱাই থোৱা আছে।

উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ ৱেবচাইটত তথ্য বিচাৰি হাবাথুৰি খাবলগীয়া হয় সাধাৰণ ৰাইজ। তাৰোপৰি কিছুমান বিভাগত তথ্য বিভ্ৰাটেও জনসাধাৰণক বিভিন্ন সময়ত বিমোৰত পৰাও দেখিবলৈ পোৱা গৈছে।

ৰাজ্য চৰকাৰৰ বিয়াগোম বিভাগত এনে ধৰণৰ ‘ডিজিটেল অ-পৰিপক্কতা’ই সঁচা অৰ্থত উদঙাই দিছে মোদীৰ ডিজিটেল ইণ্ডিয়াৰ ফোঁপোলা ছবিখন।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd