• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চমকপ্ৰদ বেটিঙেৰে দুৰ্দান্ত বিজয় প্ৰাঞ্জল একাদশৰ

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
May 1, 2019 8:41 pm
IMG-20190501-WA0028

বঁটা বিতৰণী অনুষ্ঠানত ৰকিবুল হুছেইন

745
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰিৰ ৰাইন’জ একাদশৰ উদ্যোগত আয়োজন কৰা প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতাৰ আজি সফল ভাবে সামৰণি পৰে।

চামগুৰি উচ্চত্ৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ২৩ মাৰ্চৰ পৰা অনুস্থিত হোৱা প্ৰতিযোগিতাখনত অসমৰ ৩২ টা দলে অংশগ্ৰহণ কৰে। লীগ পৰ্য্যায়ৰ খেল সমূহৰ সামৰণিৰ পাছত ফাইনেল খেলখন নগাঁৱৰ প্ৰাঞ্জল একাদশ ক্ৰিকেট ক্লাব আৰু চামগুৰিৰ ৰাইন’জ একাদশ ক্ৰিকেট ক্লাবৰ মাজত আজি বিয়লি অনুস্থিত হয়।

প্ৰথমে বেটিং কৰি প্ৰাঞ্জল একাদশে নিৰ্দ্ধাৰিত  ১২অভাৰত ৯টা উইকেটৰ বিনিময়ত ১৪৮ৰান কৰাৰ বিপৰীতে ৰাইন’জ একাদশে আটাইকেইটা উইকেটৰ বিনিময়ত মাত্ৰ ৭৯ ৰাণ সংগ্ৰহ কৰি পৰাজয়ৰ সন্মুখিন হয়।

ফাইনেল খেলৰ অন্তত অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাত চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে চেম্পিয়ন দল নগাঁৱৰ প্ৰাঞ্জল একাদশক নিৰ্ধাৰিত প্ৰাইজ মানিৰ লগতে ট্ৰফী প্ৰদান কৰে।

বঁটা বিতৰণী অনুষ্ঠানত ৰকিবুল হুছেইনৰ লগতে অগপ নেতা ভৰত দাস, সমাজ সেৱক বনমালী কলিতা, ভদ্ৰ কলিতা, পূৰ্ণ হাজৰিকা, চামগুৰি শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য দীগেন বৰাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

প্ৰতিযোগিতা খনত মেন অব দ্যা মেচৰ সন্মান লাভ কৰে নিলোৎপল বৰাই। মেন অৱ দ্যা চিৰিজ দখল কৰে দীপাংকৰ শইকীয়াই।

বঁটা প্ৰদান অনুষ্ঠানৰ ভাষণত বৰিবুল হুছেইনে এনে ধৰণৰ প্ৰতিযোগিতাই স্থানীয় ৰাইজৰ মাজত একতা আৰু ভাতৃত্ববোধ বৃদ্ধি কৰে বুলি মন্তব্য কৰে।

 

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd