• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জলসিঞ্চনৰ নিযুক্তিত ব্যাপক কেলেংকাৰী : উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো প্ৰতিবন্ধীক বঞ্চনাৰ অভিযোগ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 21, 2020 7:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাৰে বাৰে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তিৰ ক্ষেত্ৰত বঞ্চিত হৈ আহিছে প্ৰতিবন্ধীসকল।

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুওৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে জলসিঞ্চন বিভাগৰ। বুধবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে।

Apply Now

জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাৰ বিৰুদ্ধে নিযুক্তি প্ৰক্ৰিয়াত প্ৰতিবন্ধীসকলক প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰে মালাকাৰে।

সংবাদমেলখনত নৃপেন মালাকাৰে কয় ‘শাসনলৈ আহিয়েই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে দ্ৰুতগতিত নিবনুৱা সমস্যা সমাধান কৰিব বুলি ঘোষণা কৰিছিল যদিও সেয়া অসাৰ প্ৰতিপন্ন হ’ল।‘

‘উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি জলসিঞ্চন বিভাগে অনুষ্ঠিত কৰা ৬৪৩ টা পদৰ বিপৰীতে ৪% হাৰত ২৬ টা পদ প্ৰতিবন্ধীসকলৰ বাবে সংৰক্ষণ আছিল যদিও শেহতীয়াকৈ জলসিঞ্চন বিভাগে ১২ অক্টোবৰ তাৰিখে প্ৰকাশ কৰা নিযুক্তি পৰীক্ষাৰ ফলাফলত কিন্তু এজনো প্ৰতিবন্ধী লোকৰ নাম নিযুক্তিৰ তালিকাত দেখিবলৈ পোৱা নগ’ল।‘ এই গুৰুতৰ অভিযোগ উত্থাপন কৰে মালাকাৰে।

মালাকাৰৰ প্ৰশ্ন ‘জলসিঞ্চন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াত ৫৪৩ টা পদৰ বিপৰীতে ৪ শতাংশ ন্যায়ালয়ৰ নিৰ্দেশনা থকাৰ পিছতো কিয় প্ৰতিবন্ধীসকলৰ নিযুক্তিৰ তালিকাত নাম নাথাকিল?’ নিজৰ মুনাফাৰ কাৰণে একাংশ দালালৰ বাবেই এই সকল লোক প্ৰতাৰণাৰ বলি হ’ব লগা হৈছে নেকি?’

মালাকাৰৰ দাবী ‘দুৰ্গা পূজাৰ পিছতো যদি জলসিঞ্চন বিভাগৰ নিযুক্তি তালিকাত তেওঁলোকৰ নাম প্ৰকাশ নাপায় তেনেহ’লে জংগী আন্দোলন কৰিব প্ৰতিবন্ধী সুৰক্ষা সংস্থাই।‘

প্ৰশ্ন হয় কিমান দিনলৈ এই প্ৰতিবন্ধী লোক সকলে নিজৰ প্ৰাপ্যৰ বাবে কৰিব লাগিব আন্দোলন?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 7, 2026 10:13 am
১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

June 7, 2026 9:33 am
অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 7, 2026 10:13 am
১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

June 7, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd