• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Topcem চিমেন্ট, ৰ’টাৰী ক্লাব অফ গুৱাহাটী লুইতৰ বিৰুদ্ধে প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ অভিযোগ দাখিল

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2021 7:40 pm
Topcem-cement-2-1024x512
363
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ এখন চৰকাৰী স্কুলত প্ৰতিবন্ধী শিক্ষাৰ্থীসকলক টয়লেট ব্যৱহাৰৰ সুবিধা লাভ কৰাৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ বাবে টপচেম চিমন্ট আৰু ৰ’টাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ বিৰুদ্ধে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে এক অভিযোগ দাখিল কৰিছে।

যোৱা ২৮ জানুৱাৰিত টপচেম চিমেন্টে ইয়াৰ চি এছ আৰু কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত এটা টয়লেট ব্লক নিৰ্মাণ কৰিছিল।

টপচেম চিমেন্টে নিৰ্মাণ কৰা টয়লেট ব্লকটো ৰ’টাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ এক উদ্যোগৰ অন্তৰ্গত আছিল।

দুৰ্ভাগ্যজনকভাৱে, টপচেম চিমেন্টে নিৰ্মাণ কৰা টয়লেট ব্লকটোত প্ৰতিবন্ধী শিক্ষাৰ্থী তথা শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে কোনো সুবিধা নাই।

প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সম্পাদক নৃপেন মালাকৰে সোমবাৰে প্ৰতিবন্ধী লোকসকলৰ বাবে থকা আয়ুক্ত দেবেশ্বৰ বৰাক লগ ধৰে আৰু টপচেম চিমন্ট আৰু ৰ’টাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।

‘’আমি আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত টপচেম চিমন্ট আৰু ৰ’টাৰী ক্লাৱ অফ গুৱাহাটী লুইতে নিৰ্মাণ কৰা নতুন টয়লেট ব্লকটো দেখি আচৰিত হৈছো,’’-মালাকৰে কয়।

প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সম্পাদক গৰাকীয়ে কয় যে এইটো আশ্চৰ্যজনকআৰু  কথা যে টপচেম চিমেন্ট কৰ্তৃপক্ষ ৰ’টাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ সদস্যসকলে টয়লেট ব্লকটো নিৰ্মাণ কৰাৰ সময়ত প্ৰতিবন্ধীসকলৰ প্ৰতি সামান্যতমো সন্মান প্ৰদৰ্শন কৰাৰ সৌজন্যতা নেদেখুৱালে।

‘’প্ৰতিবন্ধী লোকৰ অধিকাৰ আইন,২০১৬ অনুসৰি, বৰ্তমান প্ৰতিবন্ধীলোকৰ সুবিধা থকাকৈ টয়লেট নিৰ্মাণ কৰাটো বাধ্যতামূলক,’’-মালাকৰে কয়।

মালাকৰে প্ৰতিবন্ধী লোকৰ বাবে থকা আয়ুক্তগৰাকীক টপচেম চিমন্ট আৰু ৰ’টাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ বিৰুদ্ধে শীঘ্ৰেই পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনায়।

ইপিনে, টপচেম চিমেন্টৰ সহকাৰী মহাপ্ৰৱন্ধক অভিষেক চক্ৰৱৰ্তীয়ে নৰ্থইষ্ট নাওক কয় যে তেওঁ প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে দাখিল কৰা অভিযোগ সম্পৰ্কে অৱগত নহয়।

আনহাতে, টপচেম চিমেন্ট লগতে গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ শৈক্ষিক ব্লকৰ মাজভাগতে এটা শ্ৰেণীকোঠা (কোঠা নং ১২) টয়লেটলৈ ৰূপান্তৰ কৰাৰ বাবেও জগৰীয়া।

কৈলাশ চন্দ্ৰ লোহিয়াৰ নেতৃত্বৰ লোহিয়া গ্ৰুপৰ এটা প্ৰতিষ্ঠান টপচেম চিমেন্টে অধিক ধন ব্যয় কৰি আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত প্ৰতিবন্ধীসকলৰ বাবে সুবিধা ৰাখি এটা সম্পূৰ্ণ নতুন টয়লেট চৌহদ নিৰ্মাম কৰিব পাৰিলেহেতেন।

ইয়াৰ পৰিৱৰ্তে টপচেম চিমেন্ট কৰ্তৃপক্ষই ৪০ বছৰ পুৰণি আসাম টাইপৰ শ্ৰেণীকোঠাৰ ভিতৰতে মাত্ৰ ছয় ফুট ওখ তিনিখন পৃথক দেৱাল সাজি টয়লেট ব্লকটো নিৰ্মাণ কৰিছে।

জানিব পৰা মতে, টপচেম চিমেন্ট কৰ্তৃপক্ষ আৰু ৰ’টাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ সদস্যসকলে আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত টয়লেট নিৰ্মাণ কৰোতে অসমৰ শিক্ষা বিভাগকো জনোৱা নাই।

কামৰূপৰ (মহানগৰ) স্কুল সমূহৰ পৰিদৰ্শক বুলি গগৈয়ে কয় যে তেওঁ আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ এটা শ্ৰেণীকোঠা টয়লেটলৈ ৰূপান্তৰ কৰা কথাটো নাজানে।

Recent News

ঘোষণা হ’ল ২০২৫ ৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল: ৮৮.৩৯% উত্তীৰ্ণৰ হাৰ, ল’ৰাক পুনৰ অতিক্ৰম কৰিলে ছোৱালীয়ে

ঘোষণা হ’ল ২০২৫ ৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল: ৮৮.৩৯% উত্তীৰ্ণৰ হাৰ, ল’ৰাক পুনৰ অতিক্ৰম কৰিলে ছোৱালীয়ে

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd