• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Topcem চিমেন্ট, ৰ’টাৰী ক্লাব অফ গুৱাহাটী লুইতৰ বিৰুদ্ধে প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ অভিযোগ দাখিল

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2021 7:40 pm
Topcem-cement-2-1024x512
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ এখন চৰকাৰী স্কুলত প্ৰতিবন্ধী শিক্ষাৰ্থীসকলক টয়লেট ব্যৱহাৰৰ সুবিধা লাভ কৰাৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ বাবে টপচেম চিমন্ট আৰু ৰ’টাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ বিৰুদ্ধে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে এক অভিযোগ দাখিল কৰিছে।

যোৱা ২৮ জানুৱাৰিত টপচেম চিমেন্টে ইয়াৰ চি এছ আৰু কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত এটা টয়লেট ব্লক নিৰ্মাণ কৰিছিল।

Apply Now

টপচেম চিমেন্টে নিৰ্মাণ কৰা টয়লেট ব্লকটো ৰ’টাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ এক উদ্যোগৰ অন্তৰ্গত আছিল।

দুৰ্ভাগ্যজনকভাৱে, টপচেম চিমেন্টে নিৰ্মাণ কৰা টয়লেট ব্লকটোত প্ৰতিবন্ধী শিক্ষাৰ্থী তথা শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে কোনো সুবিধা নাই।

প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সম্পাদক নৃপেন মালাকৰে সোমবাৰে প্ৰতিবন্ধী লোকসকলৰ বাবে থকা আয়ুক্ত দেবেশ্বৰ বৰাক লগ ধৰে আৰু টপচেম চিমন্ট আৰু ৰ’টাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।

‘’আমি আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত টপচেম চিমন্ট আৰু ৰ’টাৰী ক্লাৱ অফ গুৱাহাটী লুইতে নিৰ্মাণ কৰা নতুন টয়লেট ব্লকটো দেখি আচৰিত হৈছো,’’-মালাকৰে কয়।

প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সম্পাদক গৰাকীয়ে কয় যে এইটো আশ্চৰ্যজনকআৰু  কথা যে টপচেম চিমেন্ট কৰ্তৃপক্ষ ৰ’টাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ সদস্যসকলে টয়লেট ব্লকটো নিৰ্মাণ কৰাৰ সময়ত প্ৰতিবন্ধীসকলৰ প্ৰতি সামান্যতমো সন্মান প্ৰদৰ্শন কৰাৰ সৌজন্যতা নেদেখুৱালে।

‘’প্ৰতিবন্ধী লোকৰ অধিকাৰ আইন,২০১৬ অনুসৰি, বৰ্তমান প্ৰতিবন্ধীলোকৰ সুবিধা থকাকৈ টয়লেট নিৰ্মাণ কৰাটো বাধ্যতামূলক,’’-মালাকৰে কয়।

মালাকৰে প্ৰতিবন্ধী লোকৰ বাবে থকা আয়ুক্তগৰাকীক টপচেম চিমন্ট আৰু ৰ’টাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ বিৰুদ্ধে শীঘ্ৰেই পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনায়।

ইপিনে, টপচেম চিমেন্টৰ সহকাৰী মহাপ্ৰৱন্ধক অভিষেক চক্ৰৱৰ্তীয়ে নৰ্থইষ্ট নাওক কয় যে তেওঁ প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে দাখিল কৰা অভিযোগ সম্পৰ্কে অৱগত নহয়।

আনহাতে, টপচেম চিমেন্ট লগতে গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ শৈক্ষিক ব্লকৰ মাজভাগতে এটা শ্ৰেণীকোঠা (কোঠা নং ১২) টয়লেটলৈ ৰূপান্তৰ কৰাৰ বাবেও জগৰীয়া।

কৈলাশ চন্দ্ৰ লোহিয়াৰ নেতৃত্বৰ লোহিয়া গ্ৰুপৰ এটা প্ৰতিষ্ঠান টপচেম চিমেন্টে অধিক ধন ব্যয় কৰি আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত প্ৰতিবন্ধীসকলৰ বাবে সুবিধা ৰাখি এটা সম্পূৰ্ণ নতুন টয়লেট চৌহদ নিৰ্মাম কৰিব পাৰিলেহেতেন।

ইয়াৰ পৰিৱৰ্তে টপচেম চিমেন্ট কৰ্তৃপক্ষই ৪০ বছৰ পুৰণি আসাম টাইপৰ শ্ৰেণীকোঠাৰ ভিতৰতে মাত্ৰ ছয় ফুট ওখ তিনিখন পৃথক দেৱাল সাজি টয়লেট ব্লকটো নিৰ্মাণ কৰিছে।

জানিব পৰা মতে, টপচেম চিমেন্ট কৰ্তৃপক্ষ আৰু ৰ’টাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ সদস্যসকলে আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত টয়লেট নিৰ্মাণ কৰোতে অসমৰ শিক্ষা বিভাগকো জনোৱা নাই।

কামৰূপৰ (মহানগৰ) স্কুল সমূহৰ পৰিদৰ্শক বুলি গগৈয়ে কয় যে তেওঁ আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ এটা শ্ৰেণীকোঠা টয়লেটলৈ ৰূপান্তৰ কৰা কথাটো নাজানে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd