• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিবাদৰ পিছত আৰক্ষীয়ে ফোনযোগে বিভিন্ন জিলাৰ প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সদস্যক হাৰাশাস্তি কৰাৰ অভিযোগ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
August 24, 2022 8:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিবন্ধী সকলৰ নিযুক্তি কৰণ, পেঞ্চন বৃদ্ধি আদিকে ধৰি বিভিন্ন ধৰণৰ সংবিধানিক প্ৰাপ্য অধিকাৰৰ দাবীত ২৩আগষ্টত দিঘলীপুখুৰীৰ পাৰত প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ দিনৰ ১১-৩০বজাৰ পৰা অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত সেও মানি প্ৰতিবাদস্হলীত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সঞ্চালকে অহা ২৭ আগষ্টৰ ভিতৰত সংস্থা আৰু চৰকাৰৰ মাজত আলোচনা কৰোৱাৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰাত কাৰ্যসূচীৰ সামৰণি পৰিছিল৷

প্ৰতিবাদৰ শেষত বিভিন্ন জিলাৰ পৰা অহা সদস্যসকল ঘৰলৈ যায় যদিও আশ্চৰ্য্যজনক ভাৱে আজি পুৱাৰে পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা অধীনৰ গৃহ বিভাগৰ আৰক্ষীয়ে কেইবাখনো জিলাৰ সদস্যক ফোনযোগে হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ জিলা সমুহৰ নেতা কৰ্মী সকলক একাধিকবাৰ টেলিফোনৰ জৰিয়তে বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰি সংস্থাৰ কৰ্মী সকলৰ তথ্য বিচাৰি মানষিক নিৰ্যাতন কৰা বুলি অভিযোগ আনিছে সংগঠনটোৰ সম্পাদক নৃপেন মালাকাৰে৷

Apply Now

মালাকাৰে লগতে কয় সংগঠনটোৰ নেতা কৰ্মীতো বাদেই আগদিনা কৰি যোৱা প্ৰতিবাদটোৰ বাবে তেওঁকো আৰক্ষীয়ে ফোন কৰি প্ৰতিবাদতো কিহৰ বাবে কত, কিয়, কোনো জিলাৰ পৰা কিমান মানুহ আহিছিল আদি বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰি তুলিছে৷

প্ৰতিবন্ধী সকলক বিভিন্ন প্ৰশ্নেৰে মানসিক নিৰ্যাতন চলোৱা পুলিচ প্ৰশাসনৰ দমনমূলক কাৰ্যক তীব্ৰ ভাষাৰে গৰিহনা দি সংস্থাৰ সম্পাদক নৃপেন মালাকৰে কয় যে চৰকাৰৰ দমনমূলক নীতিৰে কোনো ধৰণৰ সমস্যাৰ স্থায়ী সমাধান নহয়৷ কিয়নো সম্পূৰ্ণ সাংবিধানিক আৰু গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিচতো যোৱা ২০১৮ চনৰ পাঁচ অক্টোবৰৰ দিনা দিছপুৰ লাষ্টগেটত নিৰীহ প্ৰতিবন্ধী সকলৰ ওপৰত অমানুষিকভাৱে শাৰিৰীক অত্যাচাৰ চলোৱা গৃহবিভাগে এইবাৰ কাৰ নিৰ্দেশত প্ৰতিবন্ধী সকলৰ ওপৰত মানষিক হাৰাশাস্তি আৰম্ভ কৰিছে এই বিষয়ত মুখ্যমন্ত্ৰীৰ দ্বাৰাই উচিত তদন্তৰ দাবী জনাইছে ৷

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 30, 2026 9:23 am
চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

August 30, 2026 9:09 am
ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

August 30, 2026 8:12 am
এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

August 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 30, 2026 9:23 am
চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

August 30, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd