• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ বিমান বন্দৰত প্ৰী-পেইদ টেক্সি সেৱা আৰম্ভ, উ.পূবৰ লগতে ভুটানকো সামৰিব

বাতৰিটোৰ শেষলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা বিভিন্ন চহৰলৈ প্ৰী-পেইদ টেক্সি সেৱাৰ ভাৰাসমূহৰ তালিকা দিয়া আছে।

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 3, 2019 10:22 pm

1 min read

গুৱাহাটীৰ বিমান বন্দৰত প্ৰী-পেইদ টেক্সি সেৱা আৰম্ভ, উ.পূবৰ লগতে ভুটানকো সামৰিব
918
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বৃহস্পতিবাৰৰ পৰা প্ৰী-পেইদ টেক্সি সেৱা আৰম্ভ হৈছে।

ন্যূনতম ৫ কি.মি. অধিক দূৰত্বত চলিব লগা এই টেক্সি সেৱাই উত্তৰ-পূবৰ সকলো নগৰৰ লগতে চুবুৰীয়া ভুটানকো সামৰি ল’ব।

ভাৰতীয় বিমান বন্দৰ কৰ্তৃপক্ষ আৰু অসম আৰক্ষীৰ যৌথ উদ্যোগত এই সেৱা আৰম্ভ হৈছে।

বিমান বন্দৰটোৰ স্থানীয় এলেকা পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সেৱাটো মুকলি কৰে।

দেশৰ বিভিন্ন বিমান বন্দৰত ইতিমধ্যে উপলব্ধ প্ৰী-পেইদ টেক্সি সেৱা উত্তৰ-পূবত এয়ে প্ৰথম বাৰৰ বাবে আৰম্ভ হৈছে।

এই প্ৰী-পেইদ টেক্সি সেৱা বিমান বন্দৰটোৰ যাত্ৰীসকলৰ বাবেহে উপলব্ধ হ’ব।

বিমান বন্দৰটোৰ আগমন স্থানতে থকা প্ৰী-পেইদ টেক্সিৰ কাউণ্টাৰত যাত্ৰীসকলে টেক্সি বুক কৰিব পাৰিব।

টেক্সি সেৱা মুকলি অনুষ্ঠানটোত ভাৰতীয় বিমান প্ৰাধিকৰণ (উ.পূ. অঞ্চল)ৰ কাৰ্য্যবাহী সঞ্চালক সঞ্জীৱ জিন্দাল, বিমান বন্দৰটোৰ সঞ্চালক ৰমেশ কুমাৰ আৰু অসম আৰক্ষীৰ বিষয়া উপস্থিত আছিল।

বিভিন্ন চহৰলৈ প্ৰী-পেইদ টেক্সি সেৱাৰ ভাৰাসমূহ: Prepaid-Taxi-rate-GAU-1.xlsx

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd