DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সন্মুখত পঞ্চায়ত নিৰ্বাচন; মাৰ্ঘেৰিটাত আধাৰশিলা স্থাপনৰ বাহাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
November 4, 2018 6:46 pm
Margherita
320
VIEWS
Share on FacebookShare on Twitter

সমাগত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া ৰাজ্যৰ প্ৰায় সমূহ সমষ্টিৰ বিধায়কৰ লগতে নেতা কৰ্মীসকলক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত পিছপৰি ৰোৱা নাই মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাও।

মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত মাৰ্ঘেৰিটা, লিডু আৰু ইয়াৰ উপকন্ঠ অঞ্চলসমূহৰ পৃথক পৃথক ঠাইত আজি একেটা দিনতে বিধায়ক ভাস্কৰ শৰ্মাই ২৯ টা আঁচনিৰ আধাৰশিলা স্থাপন কৰে।

২০১৮-১৯ বিত্তীয় বৰ্ষৰ এচ অ পি ডি আঁচনিৰ অধিনত মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অন্ঞ্চলত ৰূপায়িত হব’লগীয়া  আঁচনি সমূহৰ ভিতৰত অন্যতম হৈছে মাৰ্ঘেৰিটাৰ বি কে চেতিয়া পথ, চেগুনবাৰী চাহ বাগিচাৰ পথ, মাৰ্ঘেৰিটা মহাবিদ্যালয় পথ, পেঙেৰী-ফি’লবাৰী পথ আৰু প্ৰধান মন্ত্ৰী খনিজ ক্ষেত্ৰ কল্যাণ যোজনাৰ অধিনত মাৰ্ঘেৰিটা সমষ্টিত ৰূপায়িত হ’ব লগীয়া আঁচনি সমূহৰ ভিতৰত আছে শিৱ মন্দিৰৰ পৰা প্ৰধান বস্তি লৈ পেভাৰ ব্লক পথ, টিৰাপ কলিয়ৰীৰ পৰা বিছা গাওঁ পথ, শংকৰদেৱ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চাৰিসীমাৰ পকি দেৱাল নিমাৰ্ণ ইত্যাদি।

আজি প্ৰায় ৩০ কোটি টকাৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয় বুলি সদৰী কৰি বিধায়ক শৰ্মাই নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ পূৰ্বে আৰু কেইবাটাও আঁ‌চনিৰ আধাৰশিলা স্থাপন কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

আজিৰ উক্ত আধাৰশিলা স্থাপন কাৰ্যসূচীত শৰ্মাক দিচেন টিপমীয়া, ধীৰাজ সোণোৱাল, সুখদেৱ শৰ্মা আদি নেতাই সংগ দিয়ে।

Recent News

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd