• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জঘন্য! গৰ্ভৱতী মহিলাক দলবদ্ধ ধৰ্ষণ কৰি শৰীৰত অগ্নিসংযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 17, 2024 7:54 pm
Pregnant Woman Gang-Raped
1.6k
VIEWS
Share on FacebookShare on Twitter

মধ্য প্ৰদেশৰ মৰেনা জিলাত সংঘটিত হৈছে এক জঘন্য কাণ্ড। তিনিজন লোকৰ বিৰুদ্ধে উত্থাপিত হৈছে এগৰাকী গৰ্ভৱতী মহিলাক দলবদ্ধ ধৰ্ষণ কৰি শৰীৰত অগ্নিসংযোগ কৰাৰ গুৰুতৰ।

এনে বৰ্বৰ আতিশয্যৰ পৰিণতিত মহিলাগৰাকীয়ে এতিয়া চিকিৎসালয়ৰ বিচনাত যুঁজ দিছে মৃত্যুৰ সৈতে। মহিলাগৰাকীৰ শৰীৰৰ ৮০ শতাংশ অগ্নিদগ্ধ হোৱা হোৱা বুলি জানিব পৰা গৈছে।

স্থানীয় আম্বাহ আৰক্ষী থানাৰ এগৰাকী উচ্চপদস্থ বিষয়াই উল্লেখ কৰা মতে, মহিলাগৰাকীৰ স্বামীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল আন এগৰাকী মহিলাই।

স্বামীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত আলোচনাৰ বাবে তেওঁ অভিযোগ তোলা মহিলাগৰাকীৰ ঘৰলৈ গৈছিল।

কিন্তু উক্ত মহিলাগৰাকীৰ ঘৰত উপস্থিত থকা তিনিজন লোকে সেইসময়তে তেওঁক দলবদ্ধ ধৰ্ষণ কৰে আৰু তাৰ পিছতে তিনিও অভিযুক্ত আৰু উক্ত মহিলাগৰাকীয়ে তেওঁৰ ওপৰত ইন্ধন ঢালি জ্বলাই দিয়ে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিছে।

সংকটজনক অৱস্থাত মহিলাগৰাকীক ততাতৈয়াকৈ এখন বাহনত উঠাই গোৱালিয়ৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি তেওঁ লগতে সদৰী কৰে।

মহিলাগৰাকীয়ে ইতিমধ্যে দণ্ডাধীশৰ ওচৰত নিজৰ বক্তব্য লিপিবদ্ধ কৰাৰ বিপৰীতে আৰক্ষীয়ে এতিয়াও তেওঁৰ বক্তব্য লিপিবদ্ধ কৰা নাই বুলি উল্লেখ কৰি আৰক্ষী বিষয়াগৰাকীয়ে এই সন্দৰ্ভত তদন্ত চলি আছে বুলি অৱগত কৰে।

Recent News

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd