• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত: গৰ্ভৱতী মহিলায়ো ল’ব পাৰিব কোভিড ভেকচিন

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 2, 2021 10:57 pm
tmbc-vaccine_1200x630

প্ৰতিনিধিত্বমূক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজুৰি কোভিডৰ মহাতংক চলি থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে আজি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

সেইমৰ্মে দেশত এতিয়াৰে পৰা গৰ্ভৱতী মহিলায়ো ল’ব পাৰিব কোভিড ভেকচিন।পূৰ্বে স্বাস্থ্যজনিত নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি গৰ্ভৱতী মহিলাক কোভিডৰ ভেকচিন প্ৰদান কৰা হোৱা নাছিল।

Apply Now

আজি ক্ন্দ্ৰীয় স্বাস্থ্য দপ্তৰে সেই বাধা আঁতৰাই গৰ্ভৱতী মহিলায়ো ভেকচিন গ্ৰহণ কৰিব পাৰিব বুলি ঘোষণা কৰে।ইয়াৰ বাবে গৰ্ভৱতী মহিলায়ো ভেকচিন লাভৰ বাবে CoWIN এপত নিজৰ নাম পশঞ্জীয়ল কৰিব লাগিব।

অৱশ্যে ১৮ বছৰৰ তলৰ শিশুসকলক ভেকচিন প্ৰদান কৰাৰ বিষয়ত এতিয়াও কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই।

চলিত বৰ্ষৰ ১৬ জানুৱাৰীৰ পৰা দেশত আৰম্ভ হৈছিল কোভিডৰ প্ৰথম পৰ্যায়ৰ ভেকচিন প্ৰদানৰ কাম।প্ৰথম পৰ্যায়ত স্বাস্থ্য কৰ্মী আৰু কোভিড যোদ্ধাসকলক ভেকচিন প্ৰদান কৰা হৈছিল।

দ্বিতীয় পৰ্যায়ত ৬০ বছৰৰ ওপৰৰ আৰু আন গুৰুতৰ ৰোগ থকা ৪৫ বছৰৰ ওপৰৰ লোকসকলক ভেকচিন দিয়া হৈছিল।

তৃতীয় পৰ্যায়ত ৪৫ বছৰৰ ওপৰৰ যিকোনো লোকেই ভেকচিন গ্ৰহণৰ সুবিধা দিয়া হৈছিল। ১ এপ্ৰিলৰ পৰা দেশত আৰম্ভ কৰা হৈছিল কোভিডৰ তৃতীয় পৰ্যায়ৰ ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া।

ভেকচিন প্ৰদানৰ বাবে অনলাইন যোগে পঞ্জীয়নো এতিয়াও চলি আছে।নাম পঞ্জীয়ন কৰিব পৰা যায় cowin.gov.in ৱেৱচাইটৰ জৰিয়তে।

ইয়াৰ বাবে www.cowin.gov.in ৱেৱচাইটলৈ গৈ কোভিড ভেকচিন গ্ৰহণ কৰিব বিচৰাসকলে নিজৰ নাম পঞ্জীয়ন কৰোৱাই  থকা হৈছে।

চৰকাৰী চিকিৎসালয়ত এই ভেকচিন সম্পূৰ্ণ বিনামূলীয়াকৈ গ্ৰহণ কৰিব পৰা যায়।

গৰ্ভৱতী মহিলা আৰু শিশুক দু্গ্ধ পান কৰোৱা মহিলাই ভেকচিন গ্ৰহণ নকৰাটো উচিৎ নহ’ব বুলি স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰিছিল।

ভেকচিনে গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পেলায় নেকি সেই বিষয়ত গৱেষণা চলি থকাৰ বাবেই তেনেদৰে কোৱা হৈছিল।কিন্তু এতিয়া সেই বাধা আঁতৰিল।

উল্লেখ্য অক্সফ’ৰ্ডৰ আষ্ট্ৰাজেনেকাৰ কোভিডশ্বীল্ড আৰু ভাৰত বায়’টেকৰ কোভাক্সিন নামৰ কোভিড ভেকচিন দুটাৰ উপৰি ভাৰতত এতিয়া ৰাছিয়াৰ স্পুটনিক-ভি ভেকচিনৰো প্ৰয়োগ আৰম্ভ হৈছে।
বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৩কোটি ৪লাখ ৫৮ হাজাৰ ২৫১ জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৮৫৩জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৩১২ জন।

বৰ্তমান দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৫লাখ ৯হাজাৰ।

দেশত যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ৫৯ হাজাৰ ৩৮৪জন।

দেশত ইতিমধ্যে ৪১ কোটিৰো অধিক লোকৰ কৰ’না পৰীক্ষা সম্পন্ন হৈছে। যোৱা ২৪ ঘন্টাত প্ৰায় ১৮ লাখ ৮০হাজাৰ লোকৰ কৰ’না পৰীক্ষা কৰা হৈছে।

বৰ্তমানলৈ দেশত ৩৪কোটি ৭৬হাজাৰ ২৩২জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 13, 2026 9:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd