• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটীৰ ট্ৰেফিকে জ্বলা-কলা খুৱালে প্ৰীতি জিন্টাক : ক্ষোভত জ্বলিছে অনুৰাগী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 10, 2023 7:30 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৩ চনৰ এপ্ৰিল মাহত সম্পূৰ্ণ হোৱাৰ কথা আছিল মালিগাঁৱৰ নিৰ্মিয়মান উৰণীয়া সেঁতুৰ কাম। কিন্তু এতিয়ালৈকে শেষ হোৱাৰ নামেই লোৱা নাই উৰণীয়া সেঁতুৰ কামে।

Apply Now

আজি কেইবাবছৰ ধৰি উৰণীয়া সেঁতু নিৰ্মাণৰ ফলত সৃষ্টি হোৱা ট্ৰেফিক জামে জ্বলা–কলা খুৱাই আহিছে গুৱাহাটীবাসীক। মানুহৰ কাম থাকিলেও, বিয়া সবাস থাকিলেও যান–জঁটৰ কথা ভাবিয়েই মালিগাঁৱৰ ফালে যাবলৈ সাহ নকৰে গুৱাহাটীৰ নাগৰিকে। কিয়নো মালিগাঁৱত উৰণীয়া সেঁতু নিৰ্মাণৰ ফলত সৃষ্টি হোৱা যান–জঁট ইমানেই বেছি যে মাত্ৰ ১ কিলোমিটাৰ পাৰ হৈ যাবলৈকে কেতিয়াবা ঘন্টাজোৰা সময় লাগে।

One of my reasons to go to Guwahati was to visit d famous Kamakhya Devi temple.Even though our flight was delayed for several hours & I was up all night,it all seemed worth it once I entered the temple. I felt such powerful vibrations when I went there & a sense of peace n calm🙏 pic.twitter.com/hUjmTTN3BC

— Preity G Zinta (@realpreityzinta) April 8, 2023

যোৱা দেওবাৰে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহিছিল বলিউডৰ মোহময়ী অভিনেত্ৰী প্ৰীতি জিন্টা। পিছে মালিগাঁৱৰ ট্ৰেফিক জামে জ্বলা–কলা খুৱালে প্ৰীতিক। কামাখ্যা মন্দিৰ দৰ্শন কৰি গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত দ্বিতীয়খন আই পি এল মেচ চাবলৈ গৈছিল প্ৰীতি। পিছে ট্ৰেফিক জামৰ বাবে খেলখন আধাৰ পৰাহে উপভোগ কৰিবলৈ পালে অভিনেত্ৰীগৰাকীয়ে। এই কথা মুকলিকৈয়ে টুইটাৰত লিখিলে প্ৰীতিয়ে।

প্ৰীতিয়ে লিখিলে, “মন্দিৰ পাবলৈ আমাক দুঘন্টা সময় লাগিছিল, মন্দিৰৰ পৰা ঘূৰি আহোঁতেও দুঘন্টা সময় লাগিছিল। আৰু এঘন্টা সময় লাগিছিল ষ্টেডিয়ামলৈ।”

অৱশ্যে কামাখ্যা মন্দিৰ দৰ্শন কৰি এক নিস্তব্ধ প্ৰশান্তি লাভ কৰা বুলিও টুইটযোগে উল্লেখ কৰিলে অভিনেত্ৰীগৰাকীয়ে।

মালিগাঁৱৰ নিৰ্মিয়মান সেঁতুৰ নামত যাত্ৰীয়ে যান–জঁটৰ যন্ত্ৰণাৰ পৰা কেতিয়া মুক্তি পাব সেয়া কেৱল চৰকাৰ আৰু ভগৱানেহে জানিব। অৱশ্যে দুৰ্গা পূজাৰ সময়লৈ সেঁতুখন সম্পূৰ্ণ কৰাৰ আশ্বাস দিছে অসম চৰকাৰৰ প্ৰতিনিধিয়ে।

যি কি নহওঁক ট্ৰেফিক জামে জুৰুলা কৰা প্ৰীতি জিন্টাৰ এই অৱস্থাৰ বাবে ক্ষোভ আৰু বেদনাত জ্বলিপকি উঠিছে প্ৰীতিৰ অনুৰাগীসকল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd