• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছিকিমৰ নতুন মুখ্য মন্ত্ৰী ৰূপে শপত গ্ৰহণ প্ৰেম সিং তামাঙৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 27, 2019 4:43 pm
prem sing tamang

ছিকিমৰ নতুন মুখ্য মন্ত্ৰী প্ৰেম সিং তামাঙ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আইনী ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা আৰোপ কৰিলেও সোমবাৰে ছিকিমৰ ছষ্ঠগৰাকী মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৫১ বছৰীয়া পি এচ গোলে হিচাপে পৰিছিত প্ৰেম সিং তামাঙে।

ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ (এচ কে এম) সভাপতি গোলে ৰাজ্যখনৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা নাছিল যদিও তেওঁক শনিবাৰে সংখ্যাগৰিষ্ঠ দলৰ নেতা হিচাপে মনোনীত কৰা হয়।

Apply Now

এচ কে এমৰ মুৰব্বীগৰাকীক পশু পালন মন্ত্ৰীৰ দুৰ্নীতি গোচৰত দোষী সাব্যস্ত কৰা হৈছিল। তেওঁ ১২ মাহ কাৰাবাস খাতে। ২০১৮ চনৰ ১০ আগষ্টত তেওঁৰ কাৰাবাসৰ কাল অন্ত পৰে।

উল্লেখযোগ্য যে, ‘ৰিপ্ৰেজেণ্টটেশ্যন অব পিপ’ল এক্ট’ (Representation of People’s Act ) ৰ ৮ নং ধাৰা অনুসৰি যদি কোনো ব্যক্তিয়ে দুৰ্নীতি প্ৰতিৰোধী আইনৰ অধীনত দোষী সাব্যস্ত হয় তেন্তে তেনে ব্যক্তিয়ে শাস্তি ঘোষণা কৰাৰ দিনৰ পৰা ছয় বছৰলৈ কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। সেয়েহে আইন অনুসৰি গোলে ২০২৪ চনৰ আগষ্টলৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে।

সকলো ধৰণৰ আইনী বাধা আতৰত ৰাখি সোমবাৰে গেংটকৰ পালজোৰ ষ্টেডিয়ামত ৰাজ্যখনৰ ৰাজ্যপাল গংগা প্ৰসাদে গোলে আৰু তেওঁৰ ১১ গৰাকী কেবিনেট মন্ত্ৰীক শপন গ্ৰহণ কৰোৱাই।

ছিকিমৰ নৱনিৰ্বাচিত মুখ্য মন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাৰ মন্ত্ৰীসকলে নেপালী ভাষাত শপত গ্ৰহণ কৰে। শপত গ্ৰহণ অনুষ্ঠানত এচ কে এমৰ শতাধিক সমৰ্থক উপস্থিত থাকি নতুনকৈ নিৰ্বাচিত হোৱা মুখ্য মন্ত্ৰীক শুভেচ্ছা জ্ঞাপন কৰে।

মুখ্য মন্ত্ৰী প্ৰেম সিং তামাঙৰ লগত শপত গ্ৰহণ কৰা আন ১১ গৰাকী মন্ত্ৰী হ’ল ক্ৰমে- ডা০ মনিকুমাৰ শৰ্মা, অৰুণ কুমাৰ উপৰেটী, সনদুপ লাপচা, ভীম হাং লিমবো,  সঞ্জিৎ খাৰেল, কুংগা নিমা লেপচা, সোনম লাম্বা, বেদু সিং পান্থ, লোকনাথ শৰ্মা, মিংমা নৰবো চেৰপা আৰু কৰ্মা লোডায় ভূটীয়া।

সদ্যসমাপ্ত ৩২ খন আসনযুক্ত ছিকিম বিধানসভা নিৰ্বাচনত ২০১৩ চনত গঠন হোৱা ছিকিম ক্ৰান্তিকাৰী মৰ্চাই ১৭ খন আসন দখল কৰাৰ বিপৰীতে পৱন চামলিং নেতৃত্বাধীন ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টে ১৫ খন আসন দখল কৰিবলৈ সক্ষম হয়।

আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিং শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm
কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

July 3, 2026 7:15 pm
ৰাম মন্দিৰৰ দানপাত্ৰত চুৰি কাৰ্যকলৈ আৰ এছ এছৰ প্ৰতিক্ৰিয়া, দোষীক কঠোৰ শাস্তিৰ দাবী

ৰাম মন্দিৰৰ দানপাত্ৰত চুৰি কাৰ্যকলৈ আৰ এছ এছৰ প্ৰতিক্ৰিয়া, দোষীক কঠোৰ শাস্তিৰ দাবী

July 3, 2026 6:24 pm
বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

July 3, 2026 4:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm
কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

July 3, 2026 7:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd