DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কত আলি আই লৃগাঙৰ প্ৰস্তুতি; ফাগুনৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীয়ে উদযাপন কৰে এই উৎসৱ

এন ই নাও নিউজ, টীয়ক by এন ই নাও নিউজ, টীয়ক
February 13, 2022 2:28 pm
Ali Aai ligang
112
VIEWS
Share on FacebookShare on Twitter

আলি আই লৃগাং অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ এক কৃষিভিত্তিক উৎসৱ। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীয় লোকসকলে উদযাপন কৰে এই উৎসৱ।

উক্ত দিনটোতে আগন্তুক বৰ্ষৰ বাবে পূৰ্বৰ পৰা চলি অহা জনগোষ্ঠীয় নীতি পৰম্পৰাৰে কৃষক সমাজে কঠিয়া ৰোপণ কৰাৰ লগতে পূৰ্বপুৰুষসকলক স্মৰণ কৰি আগন্তুক খেতি খোলা যাতে সুন্দৰ হৈ পৰে তাৰ বাবে নেদেখাজনৰ চৰণৰ সেৱা জনায়।

টীয়কৰ বানেগৰকা জাঁজীমুখৰ বৰমথাউৰি গাঁৱতো এই উৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে।গাঁৱখনৰ পুৰুষ মহিলা ডেকা গাভৰু সকলো ব্যস্ত হৈ পৰিছে আপোন বিহুটিক আদৰিবলৈ।

লগতে পঢ়ক: বিজেপি-আৰএছএছে অসমীয়া ভাষা-সংস্কৃতি, অসমীয়া জাতিৰ বুৰঞ্জী-ঐতিহ্য পাহৰাই দিব বিচাৰিছে: অখিল গগৈ

বছৰটোৰ অধিকাংশ সময়ে বান গৰাখহনীয়া সমস্যাৰ মাজত জীৱন অতিবাহিত কৰা এইসকল গঞাই  আপোন উৎসৱটি আদৰিবলৈ সকলো ব্যৱস্থা ইতিমধ্যে আৰম্ভ কৰিছে।

যুৱতীসকলে তাঁতত চেনাইলৈ জনগোষ্ঠীয় কাপোৰ বোঁৱা, পৰ আপিং, চাই আপোং আদি পম্পৰাগত খাদ্য প্ৰস্তুতত ব্যস্ত হোৱাৰ সমান্তৰালকৈ যুৱক সকলো মৰংঘৰ, কঠিয়নী আদি প্ৰস্তুতত ব্যস্ত হৈ পৰিছে।

ইপিনে কামৰ মাজতে ঐনিতমৰ সুৰ জুৰি গোমৰাক নৃত্যৰে আনন্দ কৰিছে  যুৱক-যুৱতীয়ে। লগতে উক্ত অনুষ্ঠানত বৰাক-বহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ সকলো ৰাইজৰে সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে।

Recent News

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd