• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰস্তুতি সম্পূৰ্ণ! কবি নীলমণি ফুকন ক্ষেত্ৰত বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰেপৰা আৰম্ভ “বোকাখাত গ্ৰন্থমেলা—২০২৫”              

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 22, 2025 7:37 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰে পৰা বোকাখাতত আৰম্ভ হ’ব বোকাখাত গ্ৰন্থমেলা—২০২৫৷ প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত পাঁচদিনীয়াকৈ এই গ্ৰন্থমেলা অনুষ্ঠিত হ’ব বোকাখাত নাট্যমন্দিৰত৷ ইতিমধ্যে সাজু হৈছে সকলো৷ বোকাখাতৰ প্ৰায় প্ৰতিখন বিদ্যালয়-মহাবিদ্যালয়ৰ পোনপটীয়া অংশগ্ৰহণৰ সমান্তৰালকৈ প্ৰায় প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠান-ৰাইজে সহযোগিতা আগবঢ়াইছে৷ উল্লেখ্য যে ‘গ্ৰন্থ অধ্যয়নৰ জৰিয়তেহে সমাজৰ সামগ্ৰিক উত্তৰণ সম্ভৱ‘— এই চিন্তাকে মূল হিচাপে লৈ বোকাখাতত প্ৰস্তুতি সম্পূৰ্ণ হৈছে৷ উঠি অহা প্ৰজন্মৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ লক্ষ্য সন্মুখত ৰাখি অনুষ্ঠিত কৰিবলৈ লোৱা বোকাখাত গ্ৰন্থমেলা-২০২৫ৰ বিশিষ্ট সংগীত শিল্পী, গায়ক নয়ন অসম কলীয়াবৰীয়াই কন্ঠদান কৰা বোকাখাত গ্ৰন্থমেলাৰ শীৰ্ষ গীত ‘গ্ৰন্থ‘ ইতিমধ্যেই বোকাখাতত মুকলি কৰা হয়৷

ইপিনে, বোকাখাতৰ সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক চৰ্চাৰ অনুষ্ঠান ‘প্ৰয়াস অধ্যয়ন চক্ৰ‘ৰ উদ্যোগত আৰু বোকাখাতৰ সচেতন ৰাইজৰ সহযোগত অহা ২২ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ ৫দিনীয়া কাৰ্যসূচীৰে বোকাখাত নাট্য মন্দিৰ  প্ৰাংগনত অনুষ্ঠিত হ‘ব ‘বোকাখাত গ্ৰন্থমেলা -২০২৫‘৷ পুৱা ৯.১০ বজাত স্মৃতি তর্পণৰ পাছতে পতাকা উত্তোলন আৰু বোকাখাত গ্রন্থমেলা ২০২৫ৰ দ্বাৰ মুকলি কৰা হ’ব৷ ইয়াৰ পাছতে বাৰেৰহণীয়া শোভাযাত্রা আৰম্ভ হ’ব৷ আনহাতে, দুপৰীয়াৰ ভাগত গ্ৰন্থমেলাৰ বাকৰিত এটা চিত্র-ভাস্কর্য প্রদর্শনী আৰু ফটোগ্রাফী প্রদর্শন মুকলি কৰাৰ পাছতে বোকাখাতৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ প্ৰাচীৰ পত্রিকা প্রদর্শনী মুকলি কৰা হ’ব৷

Apply Now

ইয়াৰ পাছতেই চিদানন্দ শইকীয়া আৰু জেহিৰুল হুছেইন সোঁৱৰণত মুকলি কৰিবলগীয়া প্রগতিশীল সাহিত্য সন্মিলনৰ পাছতেই ‘সত্তৰৰ গোলাঘাট‘ শীর্ষক প্রগতিশীল সাহিত্য সংকলন উন্মোচন কৰা হ’ব৷ ইপিনে, সন্ধিয়া বোকাখাতৰ সাহিত্য আড্ডা শীৰ্ষক এক অনুষ্ঠানৰ পাছতেই কবিতা আবৃত্তি অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব৷ নিশা শিল্পী আইদেউ সন্দিকৈ আৰু মোহিনী ৰাজকুমাৰীৰ সোঁৱৰণত ৰফিকুল হোছেইনৰ পৰিকল্পনা, পৰিচালনাৰে ‘তদন্ত‘ নাট্য সন্ধ্যা অনুষ্ঠিত কৰা হ’ব৷ উল্লেখযোগ্য যে গ্ৰন্থমেলাৰ প্ৰতিটো অনুষ্ঠান একো একোগৰাকী প্ৰথিতযশা ব্যক্তিৰ সোঁৱৰণত উৎসৰ্গা কৰা হৈছে। আয়োজক সমিতিয়ে গ্ৰন্থমেলাৰ এই বৃহৎ আয়োজনৰ বাবে ৰাইজৰ লগতে বিভিন্ন দল সংগঠন, সংবাদ মাধ্যম আদিৰ সহায় সহযোগ,দিহা পৰামৰ্শ, উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

September 24, 2026 10:32 am
পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

September 24, 2026 10:10 am
নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

September 24, 2026 9:20 am
মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

September 24, 2026 8:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

September 24, 2026 10:32 am
পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

September 24, 2026 10:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd